শ্ৰীকৃষ্ণায় নমো নমঃ
শ্ৰীশ্ৰীব্ৰহ্মবৈবৰ্ত্ত পুৰাণ
শ্ৰীকৃষ্ণৰ জন্ম খণ্ড॥
শ্ৰীকৃষ্ণৰ উপনয়নৰ উপলক্ষে মুনি-ঋষি আৰু দেৱতাসকলৰ
মথুৰা আগমন।
পদ।
নাৰায়ণ বদতি নদ. মুনিবৰ।
শুনিয়াক কম কথা কহিলে অপৰ।
অত অনন্তৰে গৈল। গাঁ মহাঋষি।
বসুদেৱ গুহে স্থিত পৰম কৰিাষ। ১
দও-' ধাৰী ব্ৰহ্ম-জে খলিত।
ক্ল দন্ত শুক্ল বস্ত্ৰ শুক্ল টপ বিত।
তপোময় মূৰ্তি যাদৱৰ পুৰুহিত।
শিৰে ঐটা শো কৰে দেখি বিপৰীত। ২
গৰ্গক দেখিয়া সসুদেৱ সচকিত।
তাৱক্ষণে উঠি বস্তু দেৱকী সহিহ।
প্ৰণাম কৰিলা দুয়ো গৰ্গক সত্ত্বৰ।
ৰ-
সিংস দিল। অতি মনোহৰ। ৩
ভক্তি কৰিবসুদেৱে মধুপৰ্ক দিল।
কামধেনু ঃ শুদ্ধ বস্তু সমৰ্পিলা।
গন্ধ-পুষ্প মাল্য দিল বহু ভক্তি কৰি।
মিষ্ট-তন্ন ৰমায় দিন্ত সাদৰি। ৪
পিন্তক মধু মধু ভুইলা সাদৰি।
সুবাসিত জল দিল। অতি মান্য কৰ।
সুলসিত তাম্বুলয়ে। কৰে সহিত।
দেৱকী সতিতে প্ৰণামিলা যথোচিত।
কৃষক : দেখিয়া গৰ্গ মনে প্ৰণামিল।
বসুদেৱ দৈৱকীক বচন বুলিলা
গৰ্গ নিগতি বসুদেব মহামানি।
দৈৱকী সহিতে শুনিয়োক মোৰ বাণী। ৬
ক্ষুক চাহিয়ো বসু বলল সন্নিতে।
উপনয়নৰ কাল ভৈলা উপস্থিত।
বয়সৰে কাল ভৈল। দুইহানো নিশ্চয়।
কলক কহিলো বসুদেৱ মহাশয়॥ ৭
বসুদেৱ বদতি শুনিয়ে গুৰু সাৰ।
উপনয়নৰ কলি কৰিয়ো বিচাৰ।
যাদৱৰ পূজ্য দেৱ তুমি মহামতি।
শুভক্ষণ শুভদিন দিয়ে সম্প্ৰতি॥ ৮
গৰ্গ নিগদতি বসুদেৱ মহা ধীৰ।
পৰশুই শুভ দিন কৰি আচো স্থিৰ।
চন্দ্ৰ তাৰ শুদ্ধি আসে দুই বালক।
সন্তাগণৰো পুজিত দিন বৰ। ৯
গৰ্গৰ বচন শুনি বসুদেৱ সন্ত।
দশে দিশে তেতিক্ষণে দুত পাঞ্চিলন্ত।
মঙ্গল-পত্ৰিকা সবে দুতক পাঞ্চিলা।
সমস্তে লোকত দুতে গৈয়া জান দিলা ১০
ঘৃত-কুল্য দুগ্ধ-কুল্য' দধি-কুল্য চয়।
মধু-কুল্য গুৰ-কুল্য নদী সময় (১)
(১) নদীৰ সমাৰ উপচি পৰা