পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ বোলয় : গোবিন্দেয়ে সি কৰি চৰণে নমিলা। আসিৰ্ব্বাদ কৰি ঋষি সভাত বসিলা। সনত কুমাৰ মুনি বুলিলা বচন। সুনিয়োক কষদেৱ সুনা মুনিগন। ৮৫ কুসল প্ৰষৰ শুদ্ধ তাত্ৰত হয়। তোমত কুসন্ত প্ৰষ, দেৱ নঘাটয়। কুসল প্ৰযু। সিদ্ধি অপসাৰ ফল। কৃষৰ কুসল প্ৰশ্ন জানিবা নিস্ফল || ৬৮৬ সম্প্ৰতে কুসল প্ৰভু ইশ্বৰ দৰ্শন। নি গুন নিবিহ সৰল নিজৰ কাৰণ। ভুভাৰ সংহাৰ কাজে ভৈলা অৱসৰ। গত ইশ্বৰ হৰি দেখিলেছো আৰ। ৬৮৭ কষ নিগদতি মুনিয়োক মুনিবড়। সৰিৰ কৃসল লৈ প্ৰশ্নৰ গোছড়! মোতে কুসল প্ৰশ্ন কেন নঘটয়। ইহাৰ কাৰন ঋষি কহিবে নিশ্চয়॥ ৭৮৮ সনত বদতি প্ৰভু নিয়ে। কেসৰ। প্ৰকৃতিৰ জিতে। দেৰ সঙ্গ ভয়। সেহিদেহে কুসল প্ৰমৰ সঙ্গ হয়। তোমাৰ সৰিৰ ইতো প্ৰাকৃত্য নহয়। ৬৮৯ নিত্য ৰুপ দেহাত কুসল ৰথ নাই হেনজানি তুষ্ট মোত হোৱা দুই। ভগৱন্ত বদতি মুনিয়ে। ঋষিৰাজ। দেমাত্ৰ প্ৰকৃতিৰ নাহিকয় বাৰু। কৃহিত পৰে দেহ মাত্ৰ নঘটয়। ইহাৰ কাৰন সুনিয়োক মহাস। সনত বদতি নিয়োক কৃপাময়। ক্ৰ সোনিতৰ দেহা প্ৰকৃতি বোলয়। ৬৯১ সব অৱতাৰ কাৰন দুৰাই। কানৰো কাৰনলে আদি অন্ত নাই। বেদগনে তোমাক বোলয় নাৰায়ন। কান্তিৰুপ নিত্য পৰমাত্মা সনাতন। ৬৯২ মায়াৰেসে গুণ ৰুপ ধৰা নাৰায়ন। বিসেস নিগুন নিৰহ অকাৰন। কৃষ্ণু নিগদতি মুনিয়োক মহাসয়। কুসল প্ৰশ্ন সিদ্ধি কেনে নঘটয়। সনত কুমাৰ তুমি সুমিয়ে নিম্নয়। সনত বদতি নিয়োক কৃপাময়। বাসুদেৱ পদৰজে সুনিয়ে। নিম্ন। বাসুদেৱ বুলি জাক তে মাত নিবাস। ৬৯৪ দেৱ বুলি দিপ্তিকৰ জগত নিবাস সামুদেৰ সঙ্গে পৰমব্ৰহ্মক ইশ্বৰ বাসুদেৱ নাম বুলি কয়। ইতিহাস পুৰন সংহিতা সস্ত্ৰ চাই। বাসুদেৱ নাম ৰুপ তোমাকে বোলয়॥ ৬৯৫ সখিপ ধৰ্ম্ম চিদ্ৰ আদি দেবগন। সাস্বতে কুসল তুমি বৈষুবতে সাৰ। যু আগমনৰ নিমিত্তে কই আৰ। সনত বদতি মুনিয়োক ঋষিগন। অতি শিঘ্ৰ কৰি মঞি অনুৰ কাৰণ। জাহাৰ নিমিত্তে আইলে। সুনা মুনিগন॥ ৬৯৫ জগত ইশ্বৰ হৰি প্ৰভু ভগন্ত। জগতৰ আত্ম। কৃষ, নাহি আদি তান্ত। জগতৰ ইশ্বৰ তোমত পৰে নইে। প্ৰতি প্ৰতি জিজ্ঞাষ কৰিলে জদুৰাই। ৬৯৬ কৃ, নিগদতি মুনিয়ে দ্বিজবৰ। অজ্ঞ ব্ৰ তপস্যাৰ মণিসে ইশ্বৰ। দক্ষিনা সহিতে আদিৰ ফল পাই। দক্ষিনা নভৈলে জাদি ফল নাই। ৬৯৭ সততে ফাক দিয়ে। দক্ষিনা সহিতে। মোহেতে তল্পিয়ে জিতে সাৱধান চিত্তে। সনত কুমাৰে শুনি কৃষ্ণুৰ বচন। লাইবে খোজে সিঘ কৰি দেখি মুনিগন ৬৯৮ ঋষিগন বদতি মুনিয়া মুনিগন। কুমাৰ কৰুনাময় গ্যে পাইলে লাগ। -