পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ ব্রহ্মবৈবর্ত পুৰাণ। কলি মলে ব্যাপিলেক সমস্তেলােকত। খন জন দেহগেই সবে আসা। ৭৯২ কৃষৰ চৰণ বিনে অন গতি নাই। সর্বদায়ে ভক্তি ভাৱে ভজা জহুৰাই । পিতৃ মাতৃ আদি কৰি তত বন্ধুগন। সবে অসাস্বত মানি ভজা নাৰায়ণ ॥ ৭৯৩ সংসাৰৰ সুখচয় সবে স্বপ্নময় । হেন জানি সাধু সঙ্গে ভজা দয়াময় । ভাৰত যৰিস পুন্য স্থান অনুপম। কলিযুগে নৰনু মাধৱৰ নাম। ৭৯৪ চাৰিখে। সঞ্জাগে মুক্তি জানা অনুপাম। বলোৰাম বিপ্র ভনে সােলা ৰাম ৰাম । ঋষিসকলৰ শ্ৰীকৃষ, দর্শন আৰু শ্ৰীকৃষ্ণৰ মাহাত্ম্য বর্ণন। পদ। পালিনি কনা গৌতম জে কাত্যায়ন সনক সনন্দ সনাতন ভাপোধন।। ৭৯ কপিল আশুৰি টু পঞ্চসি অপৰ। বৃহস্পতি গম লাস্যে ব্যাধে মুনিড় মুৈনি সুমন্ত ঋষ্যশৃঙ্গ ঋষি । জজ্ঞেবল্ক সৌৰি মৃতু সুভান্দক ॥ ৭৯৬ ভৰদ্বাজ এটিলেক মার্কণ্ডের বড়। লােমস কবি কঙ্কন ভৰি অপৰ । বকদক্ষ অষ্টবক্র সতানন্দ ঋষি। বামদেৱ সম্বত্র টপ মজসি । পশুৰাম অঞ্জনি অগস্তি যুদ্ধামনু। শুশ্ৰৱা পৈল গৌৰমূখ উপমন্য । মৈত্রের চেৱন কৰ খত্বে কস্য সড়। মই লমে নৱঋষি গৈল তাত পৰ৷ ৭৯৮ ঋষি সকলক দেখি পাচে দর হৰি। সভাসমে আগ বাঢ়ি গৈলন্ত সাদৰি। নমস্কাৰ কৰি কৃতাঞ্জলি কৰি। ৰত্ন সিংহাসনে বসু আইল। দেৱহৰি ৷৷ ৭৯৯ বিধিৱতে পূজা কৰি কুসল সুচিলা। কৃষক মধ্য লৈয়া ঋষি আলি ৷ পৰস্পৰে সম্ভাষা ভৈলন্ত কচিকৰ। নম্বৰে তেজ ৰুপ দেখিলা অপৰ৷ ৮০০ আকাসৰ পৰা প্ৰচলিত তেলবাসি। মুনিসমে কৃষ্ণু দেৱে দেখিলাফা আসি কতোক্ষনে দেখিলে বাৰুক আকাশ। সুৰ বয় পঞ্চ বসৰ কুমাৰ। তেসৰ অভ্যান্তৰে দেখিল আৰ। ব্ৰহ্মতে প্রতি সনত কুমাৰ। সৰিৰত নগ্নবেল জটা প্রজালত। আবিৰ্ভাৱ তৈলা সভামধ্যে বিপৰিত ॥ ৮২ হেন অথনিক দেখি সবে মুনিগন। সিম্ৰ কৰি উঠি গৈয়া নমিলা চৰন। নন্দ নিগদতি মুনিয়ােক কৃপাময়। স্বৰুপ বেদগনে। নানয় বেদ সকলে থিৰ কৰিবেক মনে। হেন দেৱ নাৰায়ন পষিলে। সৰনে। ৬৭৩ বন্ধ। আদি কৰি যত সুৰাৰ নৰে। অনন্তক আদি কৰি সিদ্ধ মুনি কৰে। তোমাক নিশ্চয় কৰিবাক নপৰিয় । তোমাৰ স্বৰুপ বেদ কতা কৃপাময় । ৬৭৪ নাৰায়ন বদতি সুনিয়ে। মুনিবৰ। আত অনন্তৰে কপা জেন মনোহৰ নন্দ সমে জ্ঞান কৈই আছ। নাৰায়ন । সেহিবেলা আসিলেক যত মুনিগন। ৬৭৫ কৃষক দেখিবে প্রতি আইলা দেৱগন। ব্ৰহ্ম তেজে থলিত প্ৰফুল নয়ন। পুলতি পুলই কুটু অঙ্গি। ভৃগুৰ। প্রচেতা দুৰ্বাষা আসিল মুনিবৰ। ৬৭৬ ৮১