পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। ৭১ সৰস কুঞ্জ গোপি কাত জন্ম হয়। এজন্ম গোপি কাই সি পি উন্ময়। হিনিন্ম তবিনিত জন্মিৰে। গয়॥ একজন্ম মহিসহ এক ভালুত। তিনিজন্ম শৃগালত এক গণ্ডকত। ত পাছে মুস্যত অনম ৰয়। দ্বিঙ্গ জন্ম ধৰি সি ৰিক পবয়। ১০। পডৰ ভাগ শিলা পুনিনি চয। চুৰি কৰি ডক। দিযা মসক গ নয়। সিত। তিনি জন্ম নৰ সাপ হোৱয়। —ত পাছে সিজন শুদ্ধিক ভয়॥ ৫১১ জিতে। মসে। ভি দ্বিযে ব্ৰণা মাস চয়। আক নেদিয়া জিতে। অনি ভুঞ্জয়॥ ফিঙে। দ্বিযে স ভ ত জন্ম ধৰে। মৃগজন্ম ধৰে সিতে তাই অন্তৰে। সহ পবিস সিতে। পাপক ভুঞ্জয়। কভোগ কৰি সি: বি ও ন্যায়। একাদসি ব্ৰহ জিতে! বিনে নকৰয়। পদৰ পৰা সিতো পতিই বেয়॥ ৫.৩ জিতে। সনে একাদসি পি ই ভুঞ্জয়। ভগৱাদি গুণ দানে প দ্ধ হয়। সে জন্য স্তম দিনে মনুষ্যে ভুঞ্জয়। ত্ৰৈলোক্য যোনিত পাপ ভোজন ঐ ৰয়। তাত পাছে চণ্ডালত ৩াৰ জন্ম হয়॥ ৫১৪ সিৱৰাত্ৰি শ্ৰী নামৰ নৱমি দিনত। উপবাস নকৰিলে পৰে সেহি নত। উপবাসি অসমৰ্থ জিজন হয়। বিষন্ন কৰি ভুঞ্জিবেক, মাসয়। তাতোজ দি অসমৰ্থ দুৰ্বল হোৱয়। ব্ৰাহ্মণ তানেক ভুঞ্জই সিতেশুদ্ধি হয়। মোৰ মহোৎসব পুন্য নামৰ কিনে। পাতেকৰ পৰা সুদ্ধি হৱে সিতে। জনে॥ ১১৬ এতেকে জত্ন কৰি নামৰ কিনে। সমস্তে পাহেক নাস কৰে সাধু জনে। জিতে জনে আমাবাসা নিসাত ভুঞ্চ য়। কোটি এক সহস্ৰ গুণ জন্ম হ। বড়!হত সত জন্ম জন্মিবে লাগায়। কুকৃত সত জন্ম জনা তাৰ হয়। জিতে'জনে দিয়ে গ্ৰহনক নকয়। সংখ চিন্ন নৰ্ক ভুঞ্জ সুক জন্ম হয়॥ ৫১৮ জিতে। দ্বিজে কৈনা বিবাহক নকৰয়। হংসৰ গভত জন্ম তাহাৰ হোৱয়। চিত্ৰ বস্ত্ৰ জিতা অপহৰণ কৰয়। ময়ুৰত তিনিজন্ম তাহাৰ হোৱয়। ৫১৯ তৈজস পত্ৰক অপহৰণ কৰয়। ঠিক ক'ব পক্ষিত জণায়। দেবতাৰ প্ৰতিমাক যিতো চৌৰ কৰে। সাত জন্ম অন্ধ হয়। থাকে সিতো নৰে॥ ৫২০ মগব্যাধি হে'বে তাৰ দৰিদ্ৰ হোৱয়। বোবা কুজা হুয়া সিতো দুষ্মক ভুঞ্জয়। স্ত্ৰি তৈল মৈস্য মাংস ৰবি ৰাসৰত। নেতজয় দিতে জানে পঞ্চজে পৰ্ব্বত। ৫২১ জুদষ্ণ নামে নক আতি ভয়ঙ্কৰ। তাহক ভুঞ্জয সিতা নাকি পামৰ মহা ত্ৰাসে কান্দে তাৰ দুখ ভয়ঙ্কৰ। নৰক ভুঞ্জয় সিতে। সহস্ৰ বৎসৰ। ৫২২ তাত অনন্তৰে জন্ম ধৰয় শ্লেচত। তাত পাছে সাত জন্ম ধৰে চাণ্ডালত। তাত পাছে ব্যাধিভুক্ত শুদ্ৰ জানা হয়। পাছে ব্ৰাহ্মন সন্মি শুদ্ধিক লভ॥ ৫২৩ ধৰ্ম্মক ভয় যিতো সদায় কয়। এতেকে ভাৰতবৰ্ষ তেজিব নিশ্চয়। দেৱতা ব্ৰাহ্মন দেখি যিতে। দুৰসয়। মহা দম্ভ কৰি নমস্কাৰ নকয়। ৫২৪ .