পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ ৬৭ তাত পাছে সহ জন্ম বৰাহত হয়। ৪৪৮ সত জন্ম হৱে তাৰ কুকু। দেহত। তাহ পাছে জন্ম ধৰে মুদ্ৰৰ গৰ্ভত। মহাগ্নি দেহত হৱে জ্ব। আসিয়। পঞ্চাস বৰিস সিতে! ৰোগক ভুঞ্জয়॥ ৪৪৯ সুবৰ্মৰ স পাল দিয়া সিতো নৰ। নিস্বয় হৱয় সুব্ধ জন। এজশ্বৰ। বস্ত্ৰ সব চিৰা মুক্ত। ৰজত হয়। সিতো নৰে ভুঞ্জে দ্ৰব্য চোৰক কৰয়॥ ৪৫০ সহবা বাসষ্টি কুণ্ড নৰক ভুঞ্জয়। ৎস সহশ্ৰ • পাছে বক জাতি হয়। হাত পছে সিতে। হোৱে সুদ গৰ্ভে জাত। স বস কুষ্ট ব্যাধি হৱে তাৰ গাত॥ ৪৫১ সেহি পাপে তাৰ গৱে গনিয়া পায়। তাই পাছে ব্ৰ'গত তাৰ জন্ম হয়। সেহি দেহে অবসসৈ কুষ্ঠ থাকয়। চপল খন্ন দানে নিব্যাধি হোৱয়। ৪৫১ আনি কষ্টি জল নিয়ে ফল চোৰ কৰে। নিল দ্ৰব্য চুড়ি কৰি নিয়ে জিহো নৰে৷ সতেক বৎসৰ মানে পক্ষিত জন্ম। ভাৰত ভুমিহ কুযু বম সুদু হয়। ৪৫৩ ত। পাছে ব্ৰাহ্মণই জনম ধৰয়। সেহি জন্মে অধিক কুব্ৰাহ্মনৰ হয়। পুনৰ পি বি জন্ম ধৰৰ সিজন। বি প্ৰক ভুঞ্জই কৰে পাতেক নিৰ্যান। ৪৫৪ গন্ধ দ্ৰব্য জিতে। জনে চোৰক কৰয়। নিশ্বজে পণ্ডত জন্ম তাহাৰ হোৱয়॥ জাৰ অণ্ডকোষ সদা সুগন্ধ ৰয়। তাৰ নাম 'কস্তুৰি জানিবা মহাসয়। ৪৫৫ সেহি মৃগ গৰ্ভে সাত জনম ধৰয়। ভ। পাছে গন্ধ মৃগত জন্ম হয়। এক জন্ম ধৰি পাছে মুদ্ৰত জয়। গলে কুষ্ট পাপ চিহু তাইৰ হোৱয়॥ ৪৫৬ ৰোগ অৰসেস কৃঃ হোৱয় ব্ৰাহ্মণ। শান পান চয় দনে ৰোগ বিমোচন। খান জিতো জনে চুৰি কৰিয়া সৱয়। জিতে জনে স্নান অপহৰণ কৰয়। ৪৫৭ দেহে কুষ্ট হোৱে সিতে পতিত হোৱয়। স্নান দান প্ৰতি গ্ৰা িজিপুনু হোয়। বিষ্ঠ। কুণ্ড নৰকক সিপু চলয়। দিবা নিসা সত বা পুৰিন ভুঞ্জয়॥ ৰক্তদোষ ব্যাধি যুক্ত পাছে মুদ্ৰ হয়। ৪৫৮ সেহি জন্মে পাতেক ভুঞ্জয় নিৰন্তৰ। পুনপি জন্ম ধৰে ঘৰে ব্ৰাহ্মন। ব্যাধি সেস ৰক্ত দোষ হবে ব্ৰাহ্মন। স্বন দানে মুদ্ধি হৱে সিতো পাতেকৰ॥ ৪৫৯ ঢাৰিজাতি অগম্য গমন আচৰয়। পুব উক্ত ৰৌৰৱ নৰক তাৰ হয়। কুম্ভিপাক মাঘোৰ দেখি লাগে ভয়। অসংখ্যা বস পাপি নৰক ভুঞ্জয় | ৪৬০ তাত পাছে বেস্যাৰ যোনিত কিট হুই। সহস্ৰ বৎসৰ নক সিপাপি ভুৰুই। তাহ পাছে বিষ্ট। পোক লক্ষ বস হয়। তাত পাছে পশুগৰ্ভে জন্মিবে লংগয়॥ ৪৬১ তাত পছে খুদ্ৰ জন্তু সমস্তে হোয়। মান। দুখ ভুঞ্জি সিতো মৰি উপজয়। তাত পাছে মেচ জাতি সিপাপি হোয়। ত। পাছে অধম মুদ্ৰ ত জাত হয়। ৪৬২ তাত পাছে জন্ম ধৰে ব্ৰাহ্মন ঘৰে। ব্যাধিযুক্ত সপুসংক হৱে সিতো নৰে। পুৰপি সিতে। পাপি ব্ৰাহ্মন হোয়। তিৰ্থক ভ্ৰমনে সুদ্ধি ক্ৰমে তাৰ হয়॥ ৪৬৩ পাপ ফলে সিতে জন বল হিন হয়। বিপ্ৰৰ লক্ষেক ভুই পুলকো লভ।