পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ সৰস্বতী বদতি মুনিয়ে। কন্যাত। রাধাত যিমত প্রীতি। মুহিকে আনত | ৪৯২ পুর্ব কালে বাধা দেরী কৃষৰ সঙ্গিনী। সমন্তে ক্রিড়াক জানা ৰাধ। সুবদনী। প্রাণ অধিষ্ঠাতা দেবী বাধিক কৃষৰ। জানতো অধিক প্রীতি কৰয় আৰ৷ ৪৯৩ ধাত যাদৃশ প্রীতি কৃষৰ সত। সোহমতে প্রীতি নহৈবেক ৰুক্মিনীত || সাক্ষাতে ৰুক্মিনী দেবী লক্ষ্মী তাৱতাৰ । সর্ব শক্তি ৰূপ ইশ্বৰৰ জানা সাৰ। ৪৯৪ বুদ্ধিৰ শৰী দুর্গা দেবী নাৰায়ণী । বেদ আৰষ্ঠাতা দেবী সাবিত্রী জননী। ব্রহ্মা শিৱ গনেশ জনস্ত দিক। লক্ষ্মী দুর্গা আনো আনো ভক্ত নিৰন্তৰ। ৪৯৮ ৰাধিক। পাইলন্ত বসু প্রসাদ যেনয়। এই সবে নপাইলন্ত প্রসাদ নেয়। ত্রৈলােক্য ভিতৰে বসুমতী স্যা হয়। মহা পুন্যৱন্ত যাত ভাৰত ছয় ॥ ৪৯৬ ধন্য পুৱ ভৈল বৰ্ষত ভাৰত । যাতে বৃন্দাবন গাছে ভাৰত মধত । ধন্য পুন্য বৃন্দাবন এতেকে ভৈল। ৰাধিকাৰ পদে চিতু যিহেতু আছন্ত। ৪৯৭ সমন্তে দেৱীতো কৰি ৰাধ পুন্যৱন্তী। সমন্তে দবতো কৰি শ্ৰেষ্ঠ বাধা সত্নী। ৰাধিকা দেশীৰ পাদ পদ্মৰ নখত, শোভন আলতা পিন্ধাই দেৱ গৱন্ত ৪৯৮ হেনয় শুনিয়া সভাসদ নাৰীগণ'। মুখে বস্ত্ৰ লৈয়া হাসিল তেতিক্ষন ॥ কৰ সমন্তে নাৰী কৃষ্ণুৰ আগত। চিন্ডিবে লাগিল। কাক হৃদয়ত ॥ ৪৯৯ সেহি বেলা ৰাধিকাৰ নমস্কাৰ কৰি। কৃতকৃত্য মানিলন্ত মন্তে সুন্দৰী। সৰস্বতী বাণী শুনি সবে নবীগন। সাধু সাধু বাধা সতী বুলিলা বচন।। ৫০০ ভিষ্মক নৃপতি পাচে কৰি সাদৰ। দেৱগণ জাগণ মুণি নিৰন্তৰ। সবাকে পুজিয়া ৰাজা কইলা ভোজন। সাদৰে দিলন্ত ধন বস্ত্র অভিন। দিয়া দিয়া খোৱা খােৱ। বচন আন্দোল। নগৰত উঠি গৈল হেন মহালে । গীত বাদ্য সুমঙ্গল অনেক কলি। সমস্ত প্রজাৰ মনে আনন্দ মিলিল ৫০২ এহিমতে ভৈল যেবে জনী প্রভাত। ব্ৰহ্ম হৰ আদি কৰি দেৱ অসংক্ষত। আপুনি বিমানে চৰিলন্ত দেৱগন। ৰাগনো ৰথে চৰিলন্ত তেতিক্ষন। ৫০৩ শীঘ্ৰ কৰি ৰথে চৰিলন্ত উগ্রসেন। বসুদেৰো চলি যত যদুগন। সমস্তে চলিল ৰণে আনন্দিত মন। কৃষ্ণু ৰুক্মিনীক যাত্রা কৰাইল তেমন। ৫০৪ সুভদ্রা কম্নিনী মাতৃ বিষাদ কৰিয়া। কান্দিৰে লাগিল রুক্মিনীক কোলে লৈয়া। কৈক যস মাৱমাক তুমি পৰিহৰি । তোমাক তেজিয়া মই জীবে কেনকৰি ৫৫ তুমি না মোহােক তেজি জীব। কেনকৰি। মােৰ গৃহে মহালক্ষী আছিল। সুন্দৰী। মোৰ গু• তেজি মাৱ কৃষ্ণু ভবন। বাসুদেৱ প্রিয়া ৱাে তুমি সর্বন। ৫০৬ মহা শােকে এবুলি সুভদ্রা সুন্দরী। নেত্র জলে ভিয়াইলেক কন্যা কোলে কবি। অর্পিল। ভিক। মহাশোকে কান্তি বয়ে পলাতক।৫০৭ পিতৃমাতৃ দুইবো গলে বিয়া কামিনী। কাজিষে লাগিল। দেবী চন্দ্রমা বদনী। ৰুক্মিনীক কয় পায়ে,