পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

02 ব্রহ্মবৈবর্ত পুৰাণ। পু। শিৱ পাৰ্বতীক বিবাহ কালত। গ্রহন কৰিল। যেন বিষ্ণুৰ বাক্যত । ৪৭৬ পঞ্চল সুবর্ণক ভিষ্মক নৃপতি। কুমুক ক্ষিনা দিল কৰিয়। ভকতি । বেদমন্ত্রে সম্প্রদান দক্ষিনা দিল। পিতৃ আজ্ঞায়ে কৃষে, স্বস্তি বুলিলন্ত ॥ ৪৭৭ বিবাহৰ কৰ্ম্ম যেবে ভৈলা সমাপত। পুৰু ৰাজা ৰুক্মিনীক কোলাত লৈলন্ত । কন্যাৰ কোলাত লৈয়া ৰুক্মিনীৰ তাত। মহমােহে কান্দিল দেৱৰ সভাত । নেত্ৰৰ সােতকে ৰুক্মিনীক তিয়াইলন্ত । বিনয় বচনে কৃষুে চৰনে দিলন্ত ॥ বন্ধ বৈবৰ্ত্তৰ পদ আতি মনোহৰ। সপ্তাধিক শত মধ্যায় যে কচিকৰ। ৪৭৯ ৪৭৮ বিবাহৰ পাচত কৰুক্মিনীক সম্ভাষণ। পদ। পাৰ্বতীৰ বানী শুনি দেৱ নাৰায়ণ। মঙ্গল পত্রিকা পাঠ কৰিল। তেখন ৪৮২ লক্ষী সৰস্বতী দুগ। সাবিত্রী রাধিকা। তুলসী পৃথিবী গঙ্গা যমুনা মেনকা। সতৰূপা দেবী সীতা দেবী দেবহুতি। দেৱমাতৃ দিতি তাৰকা অৰুন্ধুতি। ৪৮৫ এহি দেবীগনে ভাস্বামীৰ মঙ্গল। সৰ্ব্ব দায়ে সন্তোক দুঙ্গানো কুশল। মঙ্গল পত্রিকা পাঠ শুনি নাৰী গন। পৰম আনন্দে হাসিলন্ত তেতিক্ষন। ৪৮৬ পার্বতী বদতি শুনা কর্ষিনীৰ পতি। কৰিীক চাহিয়ােক তুমি মহামতি। নবীন যৌবনী সতী আতি ৰুপৱতী। তানমুখ চাহিয়ােক তুমি যদুপতি। ৪৮৭ রুক্মিনীয়ো তযুমুখ চাহেক সম্প্রতি। ত্রৈলােক্য মোহন ৰূপ নবীন যুবতী। সচী নিগদতি গুনিয়ােক দেৰ হৰি। তোমাক লভিল। সতী বহু পূন্য কৰি ॥ ৪৮৮ তোমাৰ শদৃশ ৰূপ ৰুক্মিনী সুন্দৰী । তানমুখ চাহিয়ােক তুমি দেৱহৰি। সাবিত্রী বদতি শুনা দেৱ দামোদৰ। তুমি যেন কন্যা তেনে লভিল। ইশ্বৰ ৷৷ ৪৮৯ পুর্ব বিধাতা কৰি আছে নিৰুপন । বিদগ্ধ। বিদগ্ধ সমে সক্ষম পশাভন। ৰতী নিগদতি শুনা যুবতীসকল। ইশ্বৰেৰে পৰিহাস নসাধে মঙ্গল || ৪৯৯ ধ্যানৰো অসাধ্য কৃষ্ণু, জগত ইশ্বৰ তাহান হােৱয় ভাৰ্য্যা ৰুক্মিনী পুৰ্বৰ। ৰােহিণী বদতি শুনা জগতৰে তাত । সত্য কথা কহিয়ো নাৰীৰ সভাত । ৪৯১ ৰাধিক। কি মত রুক্মিনী বা কেন নয়। দুইৰে। ৰূপ গুন কয় কহিয়ে। নিশ্চয়। ৪৮০ নাৰায়ণ বদতি শুনিয়ে মুনিবৰ। ৰুক্মিনী কৃষৰ কথায় বিবাহৰ । পাচে ৰুক্মিণীৰ মাতৃ ম ভদ্র। সুমতি। লগে লৈয়া কন্যাগন পতি পুত্ৰৱতী। আগবঢ় আসি যেৰে কৰি কতুহল। নিমুঞ্চন আদি কৰি কৰিল। মঙ্গল। ৰত্ন মন্দিৰে ৰত্নময় সিংহাসনে । কৃষ্ণু ৰুক্মিনীক বয়াইল নাৰীগনে। ৪৮১ দেৱ মুনি সমস্তৰ যতেক সুন্দৰী। পৃথকে কৰিল। তুতি কৃতাঞ্জলি কৰি। তা পাচে ৰাজপত্নী কৰি কৌতুলে। বকন্যা দুহাত্তক ভােজন কৰাইলে । ১৮২ পৰম আদৰে দিল। সুবাসিত জল। তাত পাচে দিল। সতী কপুৰ তা ল । পায়ে দুর্গা মঙ্গল পত্রিকা দিল। সানি। কৃষক পঢ়িবে আনি দিল গোসানী। ৪৮৩ তোমাক পঢ়িলে দেই সবে নাৰীগন। মজল পত্রিকা পঢ়া দেবকী নন্দন ।