পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo ব্রহ্মবৈবর্ত পুৰাণ 11 মুখে অল্প ঘঁস পিত সনে ভুষিত। পঞ্চবণ বনমালা বৎসে শোভিত। ১০২ লত কৌস্তুভ মণি কৰয় শোভিত। আলতায়েপদ পদ্ম কনিচে jঞ্চত। মূল্য ৰত্নৰ অাঙ্কাৰ সেশােভন। বৌটি কল্পক নিন্দি কৰয় ৰঞ্জ• ১০৩ দেবু দেৱ জগন্নাথ ত্রৈলােক্য মােহ। বৰ দৰে। বৰদতা তুমি নাৰায়।। বেদৰ জনক যিতে তাহাৰ কাৰণ। লোকৰ শিক্ষাৰ তাৰ্থে তোমাৰ গঠন ॥ ১০৪ মেহেৰি পৃতিৰ হাৰ্থ তযু আগমন। পাঠ তাৰ্থ তযু, মোৰ মে'ক্ষৰ কাৰণ । মাত্মাৰাম পৰিপুন্ন বিভু নাৰায়ণ। তাজি সে সাফ জন্ম তামাৰ জিৱন ॥ ১০৫ প্রতিব্রত। সফল সফ, তিস্নান। উপবাস প ব্রত সাফল্য নন। মোহাৰ আশ্ৰম প্ৰভু ভেলা তির্থপর। যু পাদ পদ্ম চিহু ভৈলেক (গাচৰ। ১৬ যু পাদ ধুলায়ে পবিত্র গৃহ আতি। ঙ্গিনাকে পবিত্র কৰিল। সদুপতি যু, পদ পদ্ম দুই ভেলে। দৰিশন। এতেকে দুই হানে। ভৈল জনম সফল ॥ ১০৭ দুধ খ শােক ভোগ জয় কৰ্ম্ম আদি চয়। ক্ষুধা তৃষ্ণা দম্ভ হাদি জ:তক যাৱতে নভজে যু তাৰুন ০ংন। ষাৱে তযু চৰণক নোহো দৰিশন । সেহ কাল দুস্থ অাদি সমস্ত ও কয়। তোমাৰ ভকত দিনে একে। মুগুচয। 9 কালৰাে যে মহাকাল শ্রেষ্ঠৰেযে, শ্রেষ্ঠ। 'তুমি সমস্ত মুক্ষ্য দাতা সর্ব দ্রষ্টা। ১০৯ কৃপা কৰা কৃপানাথ দৈৱকী নন্দন। তামি দুইৰো ময়া মােহ কৰিয়ে চেদন । স্বামি ভাষা দুয়ে জনে কৰি যাহা তুতি। দুই হানে সমন্ধি তুষ্ট ভৈলা যদুপতি। ১১ সলাতক ভূয়া সান্দিপণি ভাৰ্যামী। কোলতি কৃষক বৈসাইন কৰি ভক্তি। অপােন স্তন পান কৰাইল। প্ৰেমত । পুর্বলত দৈৱকী দেৱী পিয়াইলা যিমত ৷ ১১১ শ্রীকৃষ্ণ বদতি মাতৃ কিয় কৰা তুতি। দুগ্ধ মুখ বলে আমি গতি শিশুমতি । মিচাৰূপ প্ৰকৃতিৰ ইতে। কলেৱৰ তেজি দুয়ো যাইবা মােৰ গোলোকনগৰ ॥১১২ জন্ম মৃত্যু জৰাব্যাধি নিতে দেহে নাই নিত্য নতুন দেহ ধৰি সমুদ।ই। এহি বুলি ক দেৱ ভেলা নিশবদ। এক মাসে চfiৰদে পঢ়িল। সম্পদ । ১১৩ আনে 1271 সাস্ত্র পঢ়াইলন্ত মুনিবৰ। চতুঃ ষষ্টি কলাকে। সিখাইলা ৰুচিকৰ। ৰাম কৃষ্ণ হয়ো ভাই ভক্তি ভাৱ কৰি পঢল সাস্ত্র গন গুৰুক সদৰি ১১৪ মৃক পুত্রক গনি দক্ষিণ দিন্ত । ভায্যাসম সান্দিপণি আনলে লেলন্ত । পঞ্চক্ষ মনি তিনি লক্ষ ৰতন। চাৰিলক্ষ হিৰা দিলা গতি মনোহৰ। ১১৫ পঞ্চ লক্ষ মুক্ত। দুই লক্ষ মানিক। গ্রেীলােক্য দুর্লভ বস্ত্র দিলঃ ৰুচিকৰ । দুৰ্গদেৱী যিতো হাড় কৃষত অর্পিলা। নত্মৰ আঙুষ্টি সমে সেহি হাড় দিল। ১১৬ সুবৰ্ণৰ দশকোটি, দক্ষিনা দিল। দুয়োভাই শুৰু ৱ পাটেনমিলম্ভ ॥ অমুল্য ৰত্নৰ অলঙ্কাৰ সােতন। গুৰুৰ ভাৰ্য্যাক দিল। নাৰীৰ ভুষণ । অগ্নি শুদ্ধ বস্ত্র দুই অতি মনােহৰ। কৰ পুত্ৰীক দিল। দেখতে সুন্দর। 1 অচয় ৷

১১৭