১৪ ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ নৰ পসু ভেদ নাহিকয় তান গাৱে। সত্ৰু মিত্ৰ বন্ধু অন্য জন নাৰায়ন বাজান নাহি চিন্তি থাকে তযু পাৰে॥১২২৫ জ্ঞান হিন জিত চৌৰ হয় মহোদয় সদায় মুখত নচাৰোক মোৰ নাম। তোমাৰ চৰণে মোৰ মতি যদুপতি সমস্ত সমাজে ডাকি সোলা ৰাম ৰাম। লেচাৰি॥ কদলিৰ বন অনুসৰি চলা জগন্নাথ সিগ্ৰ কৰি জগতৰে বাজ্য ৰাধিকা দেবিক প্ৰতি। তোমাৰ চৰ পৰায়ন তোমাক সেৱয় অনুক্ষণ তজু চৰণত বাজে তান নাহিমহি। ১২২১ তিসয় ভক্ত নাৰায়ন ত্যাগ নকৰিব। সনাতন তুষ্ট হুয়া প্ৰভু ৰাখিয়োক যত্ন কৰি। নাহি নাহি নহি ৰাধিকাৰ সমান ভকত জানে। তাৰ ভূত ভবিস্যতে নহৈকে দেৱহৰি। ঙ্কৰই ভয়ে কামদেৱ সঙ্কৰে। তোমাক কৰে সেৱ কেন কামে দগ্ধ হৈয়া আছে ৰাধাসতি সঙ্কৰে। ইস নাৰায়ন তোমাৰ প্ৰীয়াক আনুক্ষণ দাস প্ৰায় কামে দহিযা আচয় আতি। ১২২২ জগত ইশ্বৰ পায়াপতি কামে দগ্ধ ভৈলা ৰাধান', সমস্ততে কৰি দায়া কৰ্ম্ম অনিবাৰ। চলৰ ৰস্মিয়ে সবাই চক্ষুক হয় সমুদাই স্বাকয় কৰ্ম্মেসে সমস্ততে কৰিচাৰ। সততে সুগন্ধি বায়ুচয় ৰাধিকাক পিৰে আসিয় তপ্ত সুন্নৰ বম্ন দেহা কচিকৰ। এতিয়া ভৈলেক কাজল বৰ্মৰ সদৃস ভৈলাগাৰ সুবৰ বস্ত্ৰ কেশচয় নিৰন্তৰ ১২২৩ বস্ত্ৰবেশ নাহি তালঙ্কাৰ গৱে নাহিকয় ৰাধিকাৰ তোমাৰ চৰন চিন্তি কে নিৰন্তৰ।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই