১২২ ব্ৰহ্মবৈৱৰ্ত্ত পুণ। আন্দোলিত যেমন কিলিলে গোপিগন কিবুলিলে• মোক গোপ লত। গোপৰ বালক সব বুলিলেক মোৰু কিবা কহ বাপু তুমি তপোধন। বললাৰ জননি সতি ৰোহিনিয়ে মহাসতি কিবা মোক বুলিলা বচন। ১২১২ মোৰ তানি বন্ধুজনে মোহোক চিন্তিয়া মনে কিবুলিলা বাক্য মোক প্ৰতি। মাতৃ মোৰ যষোদাই প্ৰাণেশ্বৰি ৰাধিকায়ে কিবা দ্ৰব্য কইলা ভোজন। অপুৰ্বয়ে সড় চয় দিলে কিবা মহাসয় জসোনা ৰাধিক। মহাসতি। কেন শুধু বানি সম্ভাস কিদৃসী জানি সমন্তকে কহ প্ৰতি প্ৰতি॥ গোপগোপি সমস্ত সিগন নিৰন্তৰ মোত কেন আছে তামুৰাগ। মোৰমাতৃ ষষোদাৰ প্ৰাণেশ্বৰি ৰাধিকাৰ মমত কেন প্ৰেম মহাভাগ। ৰোহিনি যশোদা অই প্ৰাণেশ্বৰি ৰাধিকাই মোহোক স্মৰয় তানুক্ষন। গোপ গোপি গন জত স্মৰে মোক অনাৰত স্মৰেনিকি সবে সিগন। ১২১ তাণ্ডিৰ বটৰ মূলে কোনো কৃড়ে সিশুগণ মোৰ অভাৱত নিৰন্তৰ। ব্ৰাহ্মণ সকলে জাত অমৃত সমান ভাত দিলে নিয়া অতি কচিক অমৃত সমান অন্ন ভুঞ্জিলেক গোপিন সেহিট দেখিলা নিশ্চয়। ইন্দ্ৰৰ জৰ স্থান গিৰিবৰ গোবন দেখিলাহ তুমি মহাসয়। ১২১৫ ব্ৰহ্মায় আসিয়া হাত গোপ গৰু অসংখ্যাত চুৰিকৰি সমস্তকে দিল।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই