পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। ১১১৯ সর্ব পুগন কৃষ্ণ দাস্য ভকতিৰ। কৃষক চিস্তিয়া মনে আতি সিম্ৰ কৰি। কলাৰস ৰসভাগ নোহে মহাবিব। উদ্ধৱক তুলিলন্ত পৰা সাদৰি। এতেকে উদ্ধর তুমি দাস্য ভক্তিকৰি। মুখে জল দিয়া ৰাধা চেতন কৰাইল। মহাজভেজিয়ােক পৰমাত্মা হৰি। ১১৬৬ পুত্র জিৱ বুলি সতি আসাদ দিল।।১১৭৪ নিন নিৰিহ নিত্য প্রকৃতিত পৰ। উৱে চেতন পাইলা সভাৰ মাঝত। পৰিপু পৰমব্রহ্ম জগত ইশ্বৰ। এতেকেসে অতিপু ভাৰত বৰ্ষত । ভক্তক কৃপায়ে দেহ ধৰন্ত যদ্যাপি। ৰাধিকাৰ পাদ পদ্ম ধুলায়ে বঞ্চিত। কম্মিৰ কৰ্ম্মৰ সাখি নিলিপে তথাপি। ১১৬৭ অতিপুন্য বৃন্দাবন দেৱৰো বঞ্চিত। ১১৭৫ কাৰণৰে। কাৰণ পৰম জোতিৰুপ। ধন্য। মাখা ভুমি তিনি লােক পুজিত। সমস্তৰে ইস বিভু সমস্ত স্বৰুপ । ৰাধিকাৰ পাদ পদ্ম ধুলায়ে অঙ্কিত। ভক্তিদাতা দাস্য দাতা নিজ ভকতৰ। পুস্কৰ খেত্ৰত পূর্বেব তপক কৰিলা। সমস্তে সম্পত্তি দাতা জগত ইশ্বৰ। ১১৬৮ সষ্টিবস সহস্ৰ ব্ৰহ্মাক আৰাধিলা। ১১৭৬ জ্ঞাতি বন্ধু তেজি ভজা নন্দৰ নন্দন । ৰাধাকৃষ্ণু দেখিবাক কৰিয়া ভকতি। অসুয়া তেজিয়া কৰা তাহাঙ্ক সেৱন । গোলোকে ৰাধিকা\দখিসন্ত প্রজাপতি। বেদৰ কোথুম সাখা তাত অনুপম। তথাপি কৃষক নপাইলন্ত দৰিসন। কহিয়া আচয় নন্দ নন্দনজে নাম । তপকালে সুনিলন্ত আকাসি বৰ | ১১৭৭ সর্ব বিন্দু বিনাসন নাম মধ্যে সাৰ। বৰাহ পুন্যত কল্প ভাৰত বৰ্ষত। ইতােনাম মহামাক কহি নপাঞ ওৰ। অতি পুষ্ণ বৃন্দাবন বাস সময়ত ॥ পৰম বিস্ময় পাইল। উদ্ধৱে সুনিয়া। সেহিকালে ৰাধাকৃষ দেখি প্রজাপতি। পড়িপু মনভৈলা জ্ঞানক লভিয়া। ১১৭০ মনােৰথ পুন্ন ভৈল দেখিয় ভর্তাি। ১১৭৮ আপুনাৰ বস্ত্র গলে বান্ধি মহাবিৰ। গোপ গােপি সমস্ত সাফুল জিৱন। দণ্ডৱতে প্রমামিলা পাৱে দিয়া সিৰ । নিতে ৰাধা পাদ পদ্ম হৱে দৰিসন। অাপােন সীৰৰ কেশে পাদ মলচিল।। যোগিন্দ্র মুনিন্দ্র সিদ্ধ বৈষুৱ সকল । পুলক সৰিৰ নেত্রে লোতক বহিলা। ১৯৭১ জাৰ পদ পদ্মক সেৱয় অবিকল। ১১৭৯ ৰাধাৰ বিল্লোগে সােকে প্রেমে মাবিৰ। তির্থত কৰিয়া পুত চৰণ যুগল। উচ্ছকৰি কান্দিলন্ত চিত্ত নোহে থিৰ। সেবিবাক নপৰয় ব্রহ্মাদি সকল। উদ্ধৱৰ বিযেগত ৰাধিকা সুন্দৰি। জাৰ পদ পদ্ম নখে তালত। অঙ্কিত। গােপিন সমে কান্দিলন্ত উচ্ছকৰি ॥১১৭২ আপুনি ইশ্বৰ কৃষ, কৰয় ৰঞ্জি" ১১৮ পৰম প্ৰেমত উদ্ধৱৰ গলে ধৰি। জাহক ইশ্বৰ বৃষ পুজা কয়। নেত্ৰৰ লোকে স্নান কৰইলা সুন্দৰি। সুলভ স্তোত্র বীজ। জাহাৰ পঢ়য়। সেহিবেলা বিমুচ্ছিত উদ্ধৱ ভৈগন্ত। আপুনি ইশ্বৰ সত শৃঙ্গ পৰ্বৰতত। চেতন নাহিকে গাৱে ৰাধা দেখিল ॥ ১১৭৩ গােলােকৰ মাঝে কতাে ৰাস মণ্ডলত। ১১৮১