পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ। ১১৭ সমস্তে সিদ্ধত কৰি শ্ৰেষ্ঠ দাশ। কৃষ্ণুৰ সমন্ধি হৈৰ তোৰ নিৰন্তৰ। তানেক জনমে তপ কৰি নিৰন্তৰ। পদ। ভাৰতত জন্ম লভি হয়ে দ্বিজবড়। ১১৫৮ নাৰায়ন বদতি মুনিয়ে মুনিবড়। হৰি ভক্তি যদি লভে জনম সাফল চলিতে খোজও জেবে মথুৰা নগৰ॥ সফল জিবন তা জানা মহাবল। মহা ত্ৰাস ভৈলা ৰাধা হৃদয়ে দগধ। কৰ্ম্মক্ষয় ভৈলে তাৰ নাহিকে সংসয়। তাসনৰ সিদ্ৰে উঠি তৈলন্ত তবধ। ১১৫১ পিতৃৰ সহস্ৰ দিতে। উদ্ধাৰ কৰয়। ১১৫৯ গোপি গন সমে উদবিগ্ন ৰাধা সতি। মাতৃযমে সোদৰ আচয় ভাতৃ ভাত। উদ্বক সুভাসিস দিল। একমতি। মাতামহ কুলে তাৰ পূৰুযৰ সত। ৰাধা দেবি উদ্বৰ ব সিৰে হস্ত দিল॥ জিতে। কৰ্ম্মে কৃষ সুপ্ৰিতি অৰ্থে হয়। শাসিৰ্ব্বাদ কৰি ৰাধা মঙ্গল কইলা। ১১৫২ | সেহি সেহি কৰ্ম্ম জানা সোভন নিচয়॥১১৬০ দুৰ্বাক্ষত শুক্লান্য পুষ্প সুমঙ্গল। কৃষ, প্ৰীতি অৰ্থে জিতো সঙ্কল্পে সাধয়। অমলি সমে কুম্ভ' সুমঙ্গল। সেহি কৰ্ম্মে পৰে সুখ মঙ্গল ভয়। দধি দুগ্ধ পুষ্প মা সুন্ন দৰ্পন। ব্ৰত তপ সত্য ভক্তি কৰিয়া পুজন। সিন্দুৰ কস্তুৰি গন্ধ ,অগৰ চন্দন॥ ১১ ৫৩ কৃষৰ উদ্দেসে জিতে বৰে অনসন। ১১৬১ মনিদ্বজোত্তম প্ৰদিপ কাঞ্চন। কষৰ উদ্দেসে জিতো দেহক অৰ্পয়। পতি পুত্ৰতি সাধ্বি ৰজতে সোভন। সেহি দাস্য ভক্তি জানিবাহ। মহাসয়। সুমঙ্গল কৰি পছে জগত ইশ্ববি। সমস্ত পৃথিবি খান জিতে কৰে দান। উদ্বৱক বলিলন্ত মন দুখ কৰি। ১১৫৪ প্ৰদক্ষিন কৰি ফুৰে সবে ভুমি খান। ১১৬১ লোট আখি ৰাধা সুৰেস্পৰি। সমস্তে তিৰ্থত স্নান কৰে জিতে পন। তপ ব্ৰত ও জ্ঞ গন কৰে আচৰণ। হৃদয় দগধ হু বুন্সিল সাদবি। ৰাধিক। বদতি পথে কুষল ভিবি। সম্প্ৰদায় কৰি ফল পাৱে জত জত। চিৰজিবি হুয়া তই কুসুলক পাইবি। ১১৫৫ বেদ বেদঅঙ্গ পাঠ কৰয় সমস্ত। ১১৬৩ কৃষৰ সঙ্গত বাপ লভিবাহ। জ্ঞান। ভৃত্যক ৰক্ষণে জিতে ফলক পায়। কৃষত সুমতি হৈবা লভিব। সন্মান। অতিথি পুজনক জিতে ফল হয়। সদায়ে কৃষত ভক্তি বহিব তোমাৰ। সৰণগতক জিহো কৰয় ৰক্ষণ। কৃষ্ণদাস সদ। হৈব বড় মধ্যে সাৰ। ১১৫৬ পিতৃ মাতৃ ভক্তি ভাৱে কৰয় পোসন॥১১৬৪ পঞ্চবিধ মুকুতিত কৰি শ্ৰেষ্ঠ হয়। সবিদেৰ পুজাকৰি কয় বদন। হৰি ভক্তি সকালে অভিব। নিচয়। সৰ্বমন্ত্ৰ জপি বিপ্ৰ, কৰায়ে ভোজন। ব্ৰহ্মা ইন্দ্ৰ মনুদেৱ অজৰ অমৰ। পুৰশ্চৰনক জিতো কৰে নিতে নিত। ১১৬৫ অমৃতক পান অনো সিদ্বি জত বৰ। ১১৫৭ গুৰুক শুশ্ৰসা কৰে ভজন পিতৃত।