পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। ১১৫ পৌষ মাঘ ফান চৈত্ৰ জে মাস শেষ। বৰ্ষ সে বোলে চৈত্ৰ নয়ে বিসেষ। ১১১৯ মাঘ আদি কৰি চয় মাস সুশোভন। সমস্তে সাত কহে উত্তৰ তায়ন। শ্ৰাৱনক আদি কৰি জিতে। মাস চয়। দক্ষিণ অয়ন ম তাহাক বোলয় ১১১০ মাদ আদি চয় মাসে দিন বৃদ্ধি হয়। নিসা বৃদ্ধি শ্ৰাৱনৰ পৰা মাস চয়। প্ৰতি পদ আদি কৰি পুৰ্নিমা অন্ত। শুক্ল পক্ষ বুলিয়া সমস্তে কহিচন্ত ১১২১ পুন্নিমাৰ এতিপদ অমাবস্যা তন্ত। কৃপক্ষ বুলিবাহ। উদ্ধৱ মহন্ত। প্ৰতিপদ অন্ত কৰি অন্ত পুৰ্নিমাৰ। অমাবস্যা সমে তিথি বুলিসহ আৰ॥১১২২ অস্যিনিক আদি কৰি ৰেৱতিক অন্ত। সাতাইস নুত্ৰ বুলি সবে কহিচন্ত। অভিজিত সম হয়ে নক্ষত্ৰ আঠাইস। অভিজিত এড়ি হয়ে গননা সাতাইস॥১১২৩ দক্ষৰ দুহিত। সবে চন্দ্ৰে বিহাইলন্ত। অনুক্ৰমে চৰ নেক কৰন্ত। একদিন চৈত্ৰ মাসে ৰোহিনি সহিত। ক্ৰীড়িয়া আচিলা চ েদক্ষিণ দিসত॥১১২৪ হেন দৈখি অন কন্যা গন নিৰন্তৰ। চন্দ্ৰ লগে চায়। দয়া ভৈলন্ত অন্তৰ। কান্দি কন্যাগনে পাছে দক্ষৰ আগত। গোচৰ কৰিল চন্ত্ৰে জেন কৰিচন্ত॥১১২৫ পিতৃক আনিয়া সবে বিভাগ কৰিলা। চায়াপা জিতে নাৰি তাঙ্কে। ভাগ দিল। অভিজিত নাম ভৈলা সেহি নধৰি। সঙ্গে কহিলন্ত মোত দেৱ হৰি॥১১২৬ বিকুন্তক আদি কৰি জত দেৱ গন। উদ্ধৱত কৈয়া পাছে কহিলা কাৰন। মনুস্যৰ মাসে দিন পিত্ৰ হোৱয়। শুক্লপক্ষে দিন কৃপক্ষে নিসা হয়॥১১২৭ মনুস্যৰ বৰ্ষে দিন ৰাত্ৰি দেৱতাৰ। মাথ আদি চয় মাস দিন বোলে। শ্ৰাৱনক আদি কৰি জিতে মাস চয়। দেৱতাৰ ৰাত্ৰি হেন সমস্ত বোলয়॥১১২৮ চৰি যুগ এক কৰি ত্ৰিন্থিয় বিসতি। একাদষ যুগ সংখ্য। জানিবা সম্প্ৰতি। দিব্যযুগে মনুস্যৰ জানিবা নিশ্চয় : মনু ইন্দ্ৰ দুইৰে। আয়ু এই মহাস/১১২৯ মনুস্যৰ মানে যুগ সংখ্যা জিৰা হয়। চাৰিযুগ এক কৰি সুমিয়ে নিশ্চয়। পঞ্চ কিংস সহশ্ৰৰ পঞ্চ সত পৰ। তাৰো সষ্ঠি যুগ মন্বন্ত মনুস্যৰ॥১১৩০ ইন্দ্ৰ মনু দুইৰে। কাল জান। এহিমান। এহিকাল ভোগ ভুঞ্জি হোৱয় নিৰ্ধান৷ চতুৰ্দস ইন্দ্ৰ পৰে দিবসে ব্ৰহ্মাৰ। সেহিমতে ইন্দ্ৰ পাত নিসাত জাহাৰ॥১১৩১ চন্দ্ৰ সুৰ্য্য গতি ব্ৰহ্মলোকে নাহিকয়। ইন্দ্ৰ পাতে তত দিন নিসাক বুঝায়। দণ্ড দুয় নৱপল ইন্দ্ৰ পাতে হয়। ব্ৰহ্মলোকে দিন নিসা দণ্ডৰ নিম্নয়॥১১৩২ এইমতে ত্ৰেঙসত দিনে মাস হোৱে জ মাসৰ দ্বাদসে বষ জানিবা সাক্ষাত॥ এহিমতে সব ব্ৰহ্মাৰ আয়ুস। ব্ৰহ্মাৰ পতনে কৃষ্ণু দেৱৰ নিমিস॥১১৩৩ বৈকুণ্ঠ নিবাসি সবে জানে এহি মত। ব্ৰহ্মাৰ পতনে দিন নিসা বৈকুণ্ঠত। চন্দ্ৰ সুৰ্য গতি নাহিকয় বৈকুণ্ঠত। হৰিৰ ইচ্ছাৰ নাহি গ্ৰহগন জত॥১১৩৪ বৈকুণ্ঠত ৰাসি চক্ৰ নাহিকে ভ্ৰমন। জড়া মৃত্যু আধি ব্যাধি নকৰে গমন।