পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ব্ৰহ্মবৈবৰ্ত পুৰাণ। সবে তৈল চিৰয়স হৰিক চিন্তিয়া। পৰমামু দুয়ে অনু জানিবা নিশ্চয়। কৃষৰ চৰনে তুমি সদা চিত্ত দিয়া॥১১০৩ অনুদ্বয়ে ত্ৰে ৰেণু জামা মহাসয়। ১১১১ সিদ্ধমুনি নৰমধ্যে অনেক আচয়। লেস ৰেণুয়ে ত্ৰুটি সমস্তে বোলয়। চিৰজিবি হুয়া হৰি চৰন চিন্তয়। ত্ৰুটি সতে বেধ বুঝিবাহ। মাসয়। এদিক দেখ বাপ সুত হিৰণ্যৰ। তিনি বেৰে লয় তৃলৱে নিমিস। হৰিক চিস্তিয়া তেহো ভৈল হৰি পৰ॥১১০৪ নিমিসৰ তিনি হয়ে ক্ষনজে বিষেস।১১১২ চিৰজিবি হুয়া জিনিসেক কাল গতি। পঞ্চক্ষনে কাষ্ঠা বুলিবাহা সয়। অসংখ্য ভক্ত আছে দেখ। মহামতি। কাষ্ঠাৰ দসকে লগ্ন জানিবা নিচয়। অনেক জন্ম তপ কৰি ভাৰতত। লগ্ন পঞ্চদও এনিম্নোকঙ্গে প্ৰমান। জন্মলন লভিচয় কৃষক সাক্ষাত || ১১০৫ ষষ্ঠ পলে তামি কৰি লৈবে দগুমান। ১১১৩ মহাপ ভৈলে সিতে। জানা বিৰবড়। চাৰিয়ে ফালত লৈব অলৰ চাৰি। তাতপৰে মহামূঢ় নাহিকে অপৰ॥ চ মাসে তামি মধ্যে থৈব চীত্ৰ কৰি। বাসুদেৱ তেলি জিতে। বিসয় কয়। প্ৰম জলে ডুব গৈলে এক দণ্ড হই। অমৃতক তেৰি জেন সিক ভুঞ্জয়। ১১০৬ | দণ্ড দুইয় মুহুৰ্ত, জানিব। মহাসয়ী। ১১১৪ কাৰ কোন পুল ভাৰ্স) কোনো বান্ধৱ। সষ্টি দণ্ডে এক থি হএ মহাসয়। কৃষ্ণ, ব্যতিৰেকে বন্ধু নাহিকে বান্ধৱ॥ দিন নিস। ভাগে আঠ প্ৰহ। নিছয়॥ এতেকেসে বাতৃ দিনে সদা সন্তচয়। পঞ্চদস তিথি হোৱয় পক্ষ এ। ইশ্বৰ কৃষক সবে ভজিয়া অচয়। ১১০৭ পক্ষ দুয়ে মাস এক জানিব। প্ৰত্যেক॥১১১৫ কলৰ তৰন আন নাহিকে উপায়। মাস দ্বয়ে ঋতু এক হয়ে মহাসয়। কৃষক ভজন সিনে হানি গতি নাই। ঋতুচয়ে বৎসৰ বোলয় মুনিছয়॥ পড়ি পুন্ন পৰমাত্মা নন্দ নয়। বসন্তজে ঋতুনাম চৈত্ৰ খৈল তান কাল গতি নিয়োক মাসয়॥ ১১০৮ গৃস্ম নাম ঋতু জানা গেষ্ট অসাৰৰ॥ ১১১৬ মুৰাসুৰ পিতৃ নৰ নাগ ৰাক্ষস। বৰ্ষ নাম ঋতু বাপ শ্ৰৱন ভাদ্ৰ। ব্ৰহ্ম লোক আদি কৰি ব্ৰহ্মাণ্ড ভিতৰ। সৰত বোলয় ককিক আসিনৰ। সমস্তকে কৰি স্থল বিৰাট আধাৰ। অগ্ৰেন পৌসক বোলে হৈমন্ত নিছয়। মহা বিৰাটত পৰে স্থল নাহি আৰ। ১১৩৯ মাঘ ফানৰ নাম সিসি ঘোলয়। ১১১৭ আৰ লোম বিবৰত বিস্ব অক্ষ্যাত। বৎসৰৰ পঞ্চবিং ক্ষান। মহাসয়। খুলতে। অধিক স্থল মহন্ত সাক্ষাত। সম্বৎসৰ পৰি বস ইৰাবস হয়। সমস্ততে কৰি সুক্ষ্ম পৰমামু হয়। অনুবৰ্ষ বৎসৰ সহিতে পথ হয়। কালৰ অৰস্ত পৰমানুক বোলয়। ১১১ মাসৰ দ্বাৰে হয়ে বৎসৰ নিছয়। ১১১৮ সমস্তৰে শেষ জিতো মনে অগোচৰ। বৈশাখ, জ্যেষ্ঠ আস'ঢ় শ্ৰৱন ভাৰ। তাক বেলে পৰমানু জানা বিৰ বৰ। আস্মিন কাত্তিক অঘ্ৰায়ন তাত পৰ॥