পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ব্ৰহ্মবৈবৰ্ত পুৰাণ। শ্ৰীকৃষৰ উপনয়ন XV পদ। 89 দৈৱকী কহিনী আদি কৰি কন্যাগণ! সবাকো পুজিল। যথাযোগ্য মনে | পৰম কৌতুকে নানা বিধ বাদ্যগণ। মঙ্গল কৰিয়া বজাইলন্ত তেতিক্ষণে। যজ্ঞ কালে চতুৰ্বেদী ব্ৰাহ্মণ ভুঞ্জাইল॥ মথুৰাৰ গ্ৰাম্য দেশী ভৈৰলী পূজিল!' মঙ্গল চণ্ডিক। ষষ্ঠি তাহাকে। পূজিতা। সোড়সে পচাৰ দ্ৰবাগন নিবেদিতা সুমঙ্গল কৰাইল পুন্য সস্তায়ন। ব্ৰহ্মণৰ দ্বাৰা পঢ়াই বেগ। ৫ দেৱকী ৰোহিনী হদি নাৰী নিৰন্তৰ স্বৰ্গ গঙ্গা জলে আনি কুম্ভ সুৰ। ৰাম কৃয় দুইকো 1 কৰাই অনন্তৰ বসন চন্দন মল্যি পিন্ধাইলা সত্বৰ। ৰত্নময় চক্ষাৰ অতি মনেহৰ। বাম কয় দুই অঙ্গে পিন্ধাই বিস্ত। মাতৃদ ভুষন পিন্ধিয়া দুই ভাই নৰবৰ লেশ দুইবো শৰীৰ সুহাই। নানা বিধ সুমঙ্গল উৰুল কৰিলন্ত নাৰী সবে নানা ব্যৱহাৰ পাচে দেই মুনি বা সভা প্ৰলেশিল! দুইহাঙ্কে দেখিয়া সবে তেখনে উঠিল। ৫ ব্ৰহ্ম। সদাশিৱ ধৰ্ম্ম অনন্ত ভাস্ক। কাৰ্তিক গনেশ দেই মুনি লিন্তৰ পৃথকে পৃথকে দেৱে তুতিক কৰিলা। জগত ঈশ্বৰ জানি মনে প্ৰবেশিলা। ৫২ ব্ৰহ্মা নিগদতি কৃষ্ণু জগত ইশ্বৰ। তুতিৰ অসাধ্য প্ৰ; বাক্য অগাচৰ। ক্ত অনুসৰি দেহ ধৰা নায়ণ। তুতি কৰিবাক নপিৰয় বেদগন। ৫ে মহাদেৱ নিগতি নিৰিহ ইশ্বৰ। নিৰাকাৰ পৰমাত্মা তুমি সমস্ত। নাৰায়ণ বদতি নাৰদ মুনিবৰ। দেৱকী ৰোহিনী ৰতি অদিতি অপৰ অসুৰৰ মাতৃ দিতি দেৱী সৰস্বতী। লোপামুদ্ৰা সাবিত্ৰী অহল্যা আৰুন্ধুহী। ৪২ কৃষ্ণু মাতৃ জসোদাক অদিকৰি যত। পাৰ্বতীক দেখিবাক আসিল। সমস্ত। পৰস্পৰে আলিঙ্গন কৰে নাৰীগণ। পুমুমু পৃতি ভাৱে কৰে সম্ভাষন। দেবীৰ চৰণে মনে প্ৰণাম কৰিল॥ ৰত্বৰ মন্দিৰে তাৰু প্ৰবেশ কৰাই॥ ৰ সিংহাসনে বসুতা ইল। মা কৰি। দেৱকী পুঞ্জিল। তঙ্ক পৰম সাদৰি। পাৰিজাত পুস্প মাল্য ৰত্ন অলঙ্ক'ৰ। অগ্নি , শুদ্ধ বস্ত্ৰ দিল। কৰি সহকাৰ। ভক্তিকৰি পুজিলন্ত চৰণ পদ্মত। সিন্দুৰৰ চন্দনৰ বিন্দু কপালত। সিখত সিন্দুৰ দিল। আতি ভাল কৰি। কস্তুৰি কুঙ্কুম দিল। কপালে সাদৰি। মিষ্ট অন্ন ভোজন কৰাই বৰ নাৰী। সুবাসিত জল দিল। আতি মান্য কনি। চৰণৰ নখে দিলা তালত। সাদৰি। কুঙ্কুম ৰঞ্জিল। তাত অতি ভক্তি কৰি। দেৰীক বিঞ্চিল। শ্বেত চামৰ ধৰি। সন্তোষিলা দেৱীয়ে স্তুহি নতি কৰি৷ ৪৭ দেৱ কন্যা মুনি কন্যা নাগ কন্যা চয়। ৰাজকন্যা বন্ধু নাৰী বিবা অসিচয়। ৪৪ ঝে {বি। ৪ ৬