পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। প্রাক্তন কম্মেসে হেৱে সকল সম্পতি। জিৱন নিস্ফল এই লৈ পাপ মতি । প্রাক্তনসে দেই জান। দেহত বিপতি। ৯৮৬ সমস্তে গােপিত কৰি ৰাধা পুণ্যবতি ॥ ৯৯৪ ভাৰত বসি জানা অতি পুণ্য ভুমি। দিনত ৰাত্ৰিত সৰ্ব্বদায়ে কৰে ধ্যান। প্রকৃতি পৰ তুমি লভিলাহ। স্বামি। ৰাধিকা সমান ভাগ্যঅতি % আন। তথাপিতো কাম বানে সৰিৰ দয় কোটি জন্মে জিতে জিভ পাপক কয় । প্রাক্তন কর্মক কোনে বুঝিবে পায় ॥ ৯৮৭ জাৰ নাম স্মৃতি মাত্রে পাতেকৰয় ॥ ৯৯৫ অগ্নিসম ৱে গৱে পৰিয়া চন্দন। ৰত্নমালা বদতি নিয়ে গােপিগন। সইতে কয় দাহ সুগন্ধি পৱন । বাম হাতে কৃষে, ধৰিলেক গােবর্ধন । ৩াহাৰকো তেজি ৰাধা কৃষক চিন্তয়। জগতৰে পিতৃ জিতে কৃষ কৃপাময়। স্বাস মাত্র দেহে আছে বাক্য নোবেলয় ॥ ৯৮৮ তান পৰাম যুষ অচৰ্য্য নহয়। ৯৯৬

  • নিন্দস মূঢ়। গোপিনি সকল । পর্বত সহ যিতো ভাঙ্গিবে পায়।

প্রসংসা কৰিয়া পুণ্য কৰা অবিকল । লিলা মাত্রে দৈত্য লক্ষ সংহাৰ কৰা । কৃগুণ সুনিতান নামক স্মৰিয়া। জাৰ অংস কালা ভাগে বৰাহ সহৰি। ৯৯৭ চেতন লভিয়ো গায়ে বার্তাক সুনিয়া ॥৯৮৯ দন্ত অগ্রে বসুমতি নিলা উদ্ধাৰি। সমিক। বোলে কিবা জনস মসবি। হেনয় কষৰ সৌৰ্য পৌৰুস নিপুন। ব্রহ্মা আদি দেৱে জাক সদ। আছে সেবি। কোনে কহিবেক অৰ তান যষ গুন ॥ বেদেহযা নজানে জাক তানো দের গান। পানিজাত বদতি শুনিওঁ সখি গন । তুতিৰ অসাধ্য পুজে জাহৰ চন ॥ ৯৯০ সসাগৰ। ভূমি সমে সশৈল কানন । কামদেৱ সমে। নােহে রুপক সমান। সপত পাতাল সপ্ত স্বর্গ মনােহৰ। অস্বিনি কুমাৰ চন্দ্রে। সম নােহে আন । ব্রহ্মলােক সমে তাৱৰজে নিন্ত। অসংক্ষত বিঙ্গে ব্রহ্মা বিষ মহাদেৱ । এহি পৰিমিত ব্রহ্মাণ্ডৰ নিৰুপম। মনু মুনি সিদ্ধ গনে। সদাকৰে সেৱ ॥ ৯৯১ মহা সিমু, ৰোম কুপে থাকে অনুসম সদায়ে কৰন্ত ধ্যান নিন কৃষক। মা বিষ, সৰিৰত আছে ৰোম জত। বেদে সক্ত নোহে জানা কৰিযে তুতিক। সেহি পৰিমিত বিশ্ব বাক্য সতত। মহাভয়ে জাৰ ৰুপা •েবি সৰস্বতি । হেন মহা বিষ, হৱে সোৰ ভাগৰ। অনন্ত কাম্পয় তুতি কৰিবাক প্রতি ॥ ৯৯২ এক ভাগ সখিগন জানিবা কৃষৰ ১০০০ নেদৰে জনক ব্রহ্মা গেহে পায়। হেনয় কৃষ্ণুৰ ৰাষি ঘোৰ পৰাক্ৰম। সমস্তে জগতে জাৰ চৰন সেৱয় ॥ মহিমাকে। কোনে জানিবে নিৰুপম। সত্য নিত্য ইস কৃষ অত্যুদাৰ মতি। পৰম লম্পট মাধবিজে গোপ নাৰি। হেনয় কৃষক গোপি মাধবি নিতি ॥ ৯৯৩ কিবা জানিবেক এই নিদিলে মুৰাৰি ॥১০০১ পৰম পবিত্র ইতে। সভা গােপিকাৰ। মাধবি বদতি উদ্ধৱজে মহাসয়। অপবিত্ৰ কৰিলেক গোপিকা ইবাৰ। মঞি জিব। কহি আচো গোপি নানয়। নন C