ব্রহ্মবৈৱৰ্ত্ত পুৰাণ উদ্ধৱ জানিবা তাৰ নাহি আয়ুক্ষয়। সুনা বাপু তুমি যদুবিৰ হৃদয়ে ব্যাকুল মন থিৰ কৰিবে নপাৰো মহাধি। পুনৰপি মই নপাইবে। কৃষ, সঙ্গক। প্ৰৰৱতে মােৰ কৃড়া ৰতি সৌভাগ্য সঙ্গম ৰস আহি কৃষৰ আাদ মােত পৃতি। আৰু কি দেখিবো সুন্দৰ মুখ পদ্মক । ৯৫২ হেন কৃষ দেৱ নাৰায়ন তােমাৰ চৰণ অনুক্ষন নিমজি থাকোক মােৰ মন। এহি অনুগ্ৰহ কৰিয়ােক দেৱ হৰি। মুখত লৈবােগো তযু নাম বিসয়ৰ যেন তেজো কাম বুলিবোহে সদ। ৰাম ৰাম। সংসাৰ সাগৰ যেন জাইবে আমি তৰি । ন বিয়ােগত ৰাধিকাৰ মনস্তাপ। ( মুক্তাৱলী) সােকত ব্যাকুকে ৰাধা দেবি বােলে তেজিয়া সকলে সোক অগ্নি জলে। কৃষৰ আগত কৈবে প্রতি উদ্ধৱত। ৰাধাই বোলয় উদ্ধৱজে তয় শুনিয়ে নিচ্চয় হৰি সঙ্গে ময়। নিজ্জান বনত নকৰিবাে কৃড় ক্ষত। ৯৫৪ সুন বাপ তই বৃন্দাবনে নলাইবে নিশ্চই। কৃষক নেদিব। ছন্দনকে। হৃদয়ত । তো বৃন্দাবনে নন্দৰ নন্দনে পৰম জতনে নেদিবাে মনে। নান। পুষ্প মাল্য সোভিত কণ্ঠ দেশত ॥৯৫৫ তান পদ্ম মুখ নেদেখিলে দুখ মনত অসুখ ভৈলােহে বিমুখ। নচাইবােহে মই সেই মুখ পুনৰ্বাৰ। মালতিৰ বন কেতেকি কাঞ্চন চম্পক গহন সঙ্গে নাৰায়ন। বাসমণ্ডলক নজাইবােহে। মই আৰ। ৯৫৬ মাধবিৰ বন কানন ছন্দন বদৰি গহন মধুৰ কানন। কৃষৰ সঙ্গত মই নজাইবাে নিচই। জমুনাৰ জলে অতি সুনির্মলে মই অবিকলে। কৃষে, সমে কৃড়া নকৰিবাে মহাস। ৯৫৭ কৃড়া সৰােবৰ পৰম সুন্দৰে থে কৃড়াৰে সখি নিৰন্তৰে। পুনু সখি সমে নকৰিবে। কৃড়া তাত। কৃষ্ণ সঙ্গ লই নামি কতুহলে মই
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই