পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। হিৰ সৰে নিৰ্ম্মিচন্ত সাত সৰিাৰ। মাঝে মাঝে ৰত্নে ৰছি আছে ঝাতিস্কাৰ ॥৯২০ কুবেৰে দিলন্ত পুব্বে আনি সেই হাৰ। ৰা আনি দিলা হাৰ কুবের দিবাৰ । ৰত্বে নিশ্চিন্ত হুয়া পদ্ম মনোহ। বৰুনে দিল পুৰ্বেল লৈল। দামােদৰ ৯২১ কৃষক শ্ৰীসুরে দিল। মণি স্যেমন্তক। পুর্বে মণি দিল। হৰি মহা বৌস্তুভক । দুই মণি ৰাধা দেবি দিলা মনোহৰ। মহেন্দ্রে, দিবাৰ ৰত্ন সিংহাসন সৰ ৯২২ সর্বকালে জ্যোতিায় প্রকাস কয়। + con কোটি পুন ছন্দ যেন নক্ষত্রে সােভয়। সেহি সিংহাসন দিলা ৰত্বে ঝাতিস্কাৰ। মহাৰঙ্গে উদ্ধৱক কৰি সতকাৰ। মণিৰত্বে নিশ্মি আছে ৰত্ন ছত্রৰ । মুকুতা মাণিক হিৰ। ৰত্ন মনোহৰ। ৰত্নৰ দর্পনে চত্র খান বিজয়। সকালে জ্যোতির্ময় প্রকাস কৰয় । ৯২ ৪ ৰাস মণ্ডলত ব্রহ্মা কুনুত অর্পিল। যেই চত্ৰ খন ৰাধা উদ্ধৱক দিল। জপমালা মণিগনে মা কান্তিমন্ত। সেহিমাল। উদ্ধৱক ৰাধা দিলন্ত । উদ্ধৱে মালাক পাছে প্রণাম কৰিলা। বাস মণ্ডলত সিনে ঐ কুসক দিল।। জন্ম মৃত্যু জড়া ব্যাধি হৰ মনোহৰ। চন্দ্রকান্ত মণিছত্রে দিলা তাত পৰ# ৯২৬ পুন্ন চন্দ্র সম মণি উদ্ধৱক উদ্ধৱ সমিপে মণিৰাজ প্রকাসিল। মধুপুন্ন ৰত্ন পত্রে বিশুদ্ধ অধ্যয়। ধম্মে আনি দিল। জাতে ক্ষয় নাহিকয় । ৯২৭ হেয় পিত্রক কৃয়ে বাধিকাক দিল। ৰাধা দেবি উদ্ধৱত পাছে সমর্পিলা। জল ভোজনৰ পাত্ৰ সুদ্ধ সুবৰ। সিদ্ধ তান্ন পৰম দিলে সাদক। পিষ্টককে দিলা ৰাধ কৰিয়া আদৰ। ভোজন কৰিল। তাতে অ সাদকৰ । কপুৰ তাম্বুল আনি দিল মান্য কৰি। সােভন ছন্দন মল। দিল সুন্দৰি॥ ৯২৯ বাঞ্চিত বৰক দি গাদি কৰি। নানা পৃতিছয় পাকা বুলিলা সুন্দৰি। জিতে। জ্ঞান কেল। কৃযে ৰাধাৰ আগত। সেহিউন কৈলা পাছে ৰা উদ্ধব ৯৩০ নিছুল হুইলক লগ্নি পুকসৰ সত। বিদ্যা জস কিত্তি শুদ্ধ থাকিবে সতত। সর্বসিদ্ধ ১ব তোৰ বঞ্চিত মনৰ। হৰি ভক্ত মধ্যে দাস্য হৈবে নিৰন্থৰ । ৯৩১ পাসিদ মধ্যে হৈবে ছেষ্টজে পৰৰ। উদ্ধর দেৰি দিয়া এহি বৰ। হস কৰি ৰাধাদেবি উঠি আসনত। অগ্নি শুদ্ধ বস্ত্র পিন্ধিলক মনােহৰ ৷ ৯৩২ আমােল ৰত্নৰ মালা ? তাস্কাৰ। পিঙ্কিলন্ত বাধা দেৰি গলে হিৰাগাৰ। সিন্দুৰ অঞ্জন পুঞ্জ সুগন্ধি চন্দন। নানা তালঙ্কাৰ মালে ভৈলা মুসােভিন। ৯৩৩ আল হাস্য কৰি বসিলন্ত সিংহাসনে। চামৰক ধৰি বিছিলন্ত সখিগনে ।। চতুপসে সেবিয়া বহিল গােপিন। গোপি গননা আসি দিল। বস্ত্র অভৰণ ॥৯: কযুৰ বাৰ্তাক পাছে সুনি গোপিগন। মনে পিন্ধি গৈল আনি বসন । ৰত্ন সিংহাসনে বসি ৰাধিকা সুন্দৰি। উদ্ধৱক বুলিলন্ত সুমধুৰ কৰি৷ দিল। ১৩৫