ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। ১৫ জগত সিতল গুন অভেদ সৰুপে। সপ্তম দ্বাৰক চাড়ি পাছে অভ্যান্তৰ। এসেসাইল উদ্ধৱক ৰাৰৰ মন্দিৰ। অমোল্য ৰত্বৰ গৃহ অতি নিৰুপম। দেখিলা উদ্ধৱ গৃহ সবাতে উত্তম॥ ৮৭১ সেহি গৃহে যাক দেখিলা বিৰ বড়। চন্দ্ৰকান্স। আমাবস্যা দিনে সমসৰ। পঙ্কসমে পদ্মাপত্ৰে কৰিচে সয়ন। সেকত মুচ্ছিত আতি অকুল নয়ন। ৮৭২ নয়ন পদাৰ হস্তে লোকৰ ধাৰা। মহাশোকে ৰক্ত মুখ সোকে অনিল।ৰ॥ সেকত আকুল, হুয়া তেজিলা ভুষন। নিহাৰ কেচয় সুবৰ্ণৰ বন। ৮৭৩ ওঁঠ কণ্ঠ শুখাইল মুখত নাহি মত। নিস্বাস অচয় শ্ৰেষ্ট। নাতিৰ গাত। হেনয় বাধা দেখি উদ্ধৱ মহন্ত। ভক্তিভাবে উদ্ধৰে প্ৰনাম কৰিলন্ত। ৮৭১ সৰ্বাঙ্গে পুলক ও ভৈল। উদ্ধৱৰ। তষ্টাঙ্গ প্ৰনাম কৰিলন্ত বিৰবড়। প্ৰনাম কৰিয়া বিৰে তুতি আৰম্ভিলা। গদ গদ বাক্যে পুনু প্ৰনাম কৰিলা || ৮৭৫ উদ্ধৱ বদহি নমো ৰাধাৰ চৰন। জাৰ জম কিনে পবিত্ৰ তৃভুবন। ব্ৰহ্ম। দি দেৱে বান্দে চৰন তোমাৰ। গোকুল বাষিনি বাধা মোৰ নমস্কাৰ॥ ৮৭৬ শৃঙ্গ নিবাসিনি চাৱলি নাম। বৃন্দাৱ নি তযু নাম সহস্ৰ প্ৰনাম। সৰ্বসক্তি ৰুপা তুমি মাতৃ জগতৰ। অগ্নিহ দাহক সক্তি থাকে নিৰন্তৰ॥ ৮৭৭ প্ৰভাকান্তি সীম জেন থাকয় ভাস্কৰ। পুৰ্ণচন্দ্ৰ সোভা জেন আতি মনোহৰ। দুগ্ধত ধৱল গুণ জেন ভেদ নাই। গন্ধে তুমি ভেদ নাই জেন সমুদাই। ৮৭৮ আকসহ সব্দ গুন থাকে জেনৰুপে। চক্ষুৰ জৌহিসেজেনমতে ভেদনাই। তুমি সমে কৃষৰ জাভেদ সমুদাই॥ ৮৭৯ লোকে বেদে পুৰাণত কহে নিৰন্তৰ। ৰাধা মাধৱৰ মাত্ৰ নাহিকে অন্তৰ। জগত ইশ্বৰি দেবি চেতন লভিয়ে॥ মেহেক উত্তৰ দিয়া বাৰ্তাক শুনিয়ে। |৮৮০ কৃষৰ বাৰ্তাক সুনি চিত্ত কৰা থিৰ। পুনুনু নমিল। উদ্ধৱ মহা বিৰ। আনো নানা তুতি বিৰে কৰিলা বিস্তাৰে। সঙ্খ্যপক থৈলল আমি বাহুল্যক ডৰে। ৮৮১ নানা দুখ পাই জিৰে গৰ্ভ নৰকত। ইশ্বৰক তুতি কৰি থাকয় সতত। প্ৰসুতিক। বায়ুপাই প্ৰসৱ কয়। জ্ঞান নষ্ট হুয়া জিৱে দুখ পায়॥ ৮৮২ বাল্য অৱস্থাতো মনুস্যৰ নাহি সুখ। উমলন্তে জাই কাল তাতো মহা দুখ। সৱ অৱস্থাতো সুখ নাহিকে জিৱৰ। নানা কামে বিমোহিত চিত্ত নোহে থিৰ। ৮৮৩ বৃদ্ধ বয়সতো ধৰ্ম্ম কৰিতে নপৰে। অন্তকালে পাই তাক জম দুতে মাৰে। হেন জানি নৰলোক তেজি আন কাম। সংসাৰ তৰিবা জেৰে বোলা ৰাম ৰাম॥৮৮৪ স। ৰাধা-উদ্ধৱৰ কথোপকথন। ঝুমুৰি। উদ্ধৱৰ সুনি নি। চেতন লভিল ৰানি। কৃষৰ আকাৰ জানি। সোকে বাধা বোলে বাণি॥ কহা বাপ ভযু নাম। bbc
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই