৩৪শ আৰু ৩৫শ পাঠ-বাঁবিচাৰ । ১। আমি যিবোৰ শব্দ মুখেৰে কওঁ সেই শব্দবোৰ যেই সেই অবৰেৰে লিখিলে শুদ্ধ নহয় । আখৰবোৰৰ উচ্চাৰণ আছে; আমি শব্দ মাতোতে যিবোৰ আগৰ উচ্চাৰণ কৰোঁ, নেই আনেনে শব্দ লিখিলেহে লিখা শুদ্ধ হয় । অক্টো শুনিবলৈ একে শব্দকে বোলন ৰেলেগ অৰ্থৰেৰে লিখিলে বেলেগ বেলেগ অর্থ হয় । যেনে— পাণ আৰু পান । পান অর্থ তামোলৰ লগত থোৱা পাণ আৰু পান অর্থ পা থোৱা কাজ । সেই দেখি শব্দবোৰ নো কেনেকৈ লিখিব লাগে তাক আমি জন৷ উচিত। ইয়াৰ কিছুমান সঙ্কেত আছে। তারে তলত কেইটামান দিয়া হল । ২) (১) রা, ৰ আৰু য ইহঁতৰ পাচত ণ হয় । যেন—রাণ, তৃণ, ৰণ, কারণ, কৃষাণ, ভূষণ ইত্যাদি । (ক) ওপৰৰ আখৰ তিনটাৰ কোনে৷ এটাৰ পাচত স্বরবর্ণ, ক, খ, গ, ঘ, ঙ, প, ফ, ব, ভ, ম আৰু য, ৰ, হ এই কেইটা আখৰ থাকিলেও তাৰ পাচত ণ হয়। যেনে - দর্পণ, গ্রহণ, নাৰায়ণ, কৃপণ, পারণ ইত্যাদি । (২) ট, ঠ, ড, ঢ অংক ণ ৰ নৈতে কেৱল ণ হে যুক্ত হয় । যেনে--- - কণ্টক, চণ্ডাল, পিণ্ড ৷ আৰু ত প, দ ব, নৰে মিলে নহে। যেনে- কান্তি, নিন্দা,
পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৭০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই