পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। দ্বিতীয় বন্ধু-না ভাই চাহে! হা লোক নাহি পিয়া আপ, পিয়া হেই। দোকানী-(আন এজনৰ ফালে আগ বঢ়াই) আপ পিজিয়ে তাই চাহেব। তৃতীয় বন্ধু-(আন সকলৰ ফালে চাই) ইটাইনু কেমন সথা? গিৰ শাইয়া কাকিটা আমাৰে দিচে, আমি শিট। লাগিয়া পাইমু। চতুৰ্থ বন্ধু-( টিকিৰাত হোঁপামাৰি), ভাই চাহাব তুমি টিক কটা কইছা। তেওঁ কিন্তু স্বৰূপত এজন ভদ্ৰ মাহ। সিপো- নেও কিন্তু বৰুপত ইমান তৈয়াৰ দোকান এমনৰ মহাজন। তেওঁ এহেঁপা আগৈতে শাইদিলেহে কিন্তু বৰূপত আমাৰ বেলেই ভাল হয় নহয় শনলু। শনলু-নালগেই বাপ আৰু তাক বা নালগেই তেউ কিবা নাজনা মানুহ না? পঞ্চম বন্ধু। কেও খাওঁতা নাই যদি দিয়ক। ময়ে লৰতে এটান মাৰি যাওঁ। দোকানী-(চিলিম আগবঢ়াই দি) বহৎ আচ্ছা মহাৰাজ জি পিছিয়ে। পাম ব–(ভাঙ্গৰ চিলিম লৈ) ব মহাদেৱ, বম্ কালী, ষায় পাহৰ ফালি। এক ছিলিমে যেমন তেমন, দুই ছিলিমে গাঁজা। তিন ছিলিমে পাত্ৰ মা, চাৰ ছিলিমে বালা। (ভাঙ্গত টান মাৰে)