পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহ-বিচ্ছেদ। - ৰাষ—সুন্দৰ লেখা হইয়াছে। বাৰু বোপা! তুমি এতিয়া যেৱ।। দ্বিগ্বিজয় কৰি আহি যেন কুশলে মোৰ ওচৰ পোৱাহি। (সশন্ত্ৰে লক্ষণৰ ৰামক প্ৰণিপাত আৰু সৈৰ গীত বাদ্যাৰস্ত।) গীত। বোলা, বোলা, বোলা ভাই, মুখে ৰঘুনাথৰ জয়। জয় জয় জয় জয়, জয় লক্ষ্মণৰ জয়। ট, ঢ, টা, টা বাজে জয় টাক, চোট চোট শবদত জগত অবাক, পেঁপে। পেঁ-পো কালীৰ চি , কেঁ-কু-কেঁ—কু বীণাৰ সুস্বৰ, বাজে মৃদঙ্গ দুন্দুভি ভেৰী মন উদগাই। (ৰণবাধ্য ধ্বৰি কৰি লক্ষ্মণৰ সসৈন্যে প্ৰস্থান) দ্বিতীয় গৰ্ভা। দৃশ্য-যজ্ঞক্ষেত্ৰ। ৰামচ মুনিসকলৰ পাদ বন্দনাত নিযুক্ত।) বাম-প্ৰভুসকল! লক্ষ্মণ বোপাৰ কিবা অমুভ ভাবনাই দেখো হঠাৎ মোৰ হৃদয় অধিকাৰ কৰিলে। মুখ-আশালতা দেখে গুৰিত ছিগা ছিগা যেন অনুভৱ হৈছে। উঃ বুকুখন ঢপ, ঢপাইছে কিয়? ( তললৈ মূৰকৈ চিন্তা)