পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদে-বিয়ে। নেবে, সৰ্বত্ৰে একাণ, ববাগী হদিমণি, যোগেশই। যেগচৰহৰি যোগোহৰি, যোগাসনে হৰি, দৈন দশা। যিকুমাৰসকলবৈদেহী আঁচলত ধৰি) গীত। ৰ'লা মা, ৰ'লাষ, ৰ'লা মা, ৰ'লা মা; আম চাবলৈ, আমাৰ ঘৰলৈ। আমি সকলোৱে সুণে বাতি দিনে, পুলিম এচৰণ, ব’লা আশ্ৰমলৈ। বামীকি-পতিতে! মোৰ আশ্ৰমলৈ আহি তুমি জোৰকৈ থাকিলে মোৰ মনত বৰ বেদনা হব। দেখা, আশ্ৰমৰ তপোনিষ্ঠ তাণসীসকলে তোক নিজ কন্যাৰ দৰে প্ৰতিপালন কৰিব। আশ্ৰমৰ তুমিয়েই মহাৰাণী হৰা। এই অৰ্থ লো, মোৰ ওপৰত বিয়াস কৰা, আনন্দেৰে আশ্ৰমলৈ যাওঁ বল। বৈদেহী-(অৰ্থ গ্ৰহণ কৰি অৱ দেশমতে কৰিব লাগিব। ভাল বল। ( সকলোৰে এন)