পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদে-বি3ে. কাণ্ডাৰী বিহীন! দৃশ্য অতি মনোহ। ভাহিছে সুবৰ্ণ তী নদীৰ মাজেদি। দুফালৰ ধাৰা গুৱনী পানী, কামিনীৰ কেশপাশ সম, বতাহত ঢৌ খেলি খেলি, যেন পৰিছে মুকলি হৈ, আউলী বাউলী হৈ। সুৱৰ্ণ ৰী ফুৰিছে শেওঁতা ফালি, ঠিক যেন ননী-হাতে সমৰ হে কণি। অযোধ্যাবাসী! দৃশ্য দেখি তৃপ্ত হোৱা। ৰাম নহয় বিৰত আছি, উৎসৰ্গিব নিজ দেহ এই ঘোৰ বিপদ সনিলে। প্ৰিয়ে। ক্ষণেক কাৰণে, বিৰ নে বিদায় বামে? অবিলম্বে পশিম পুনৰ এই পা দুলিত ফুলৰনে; ফুল প্ৰাণে পু চুমি তোমাৰ এফু কমলে।