পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ বৈদেহী-বিদে। জানকীয়ে নিজেও জানি তেওঁৰ প্ৰমাণ অন্যখ্যাবাসী দেখব। ৰাম-মহাভাগ। আপুনি ধৰি। আপোনাৰ পাপলেশশূন্য কত জানকীক শুদ্ধাচাৰিণী বুলি বিশ্বাস কৰিলোঁ। তথাপি জানকীয়ে নিজেও এৰাৰ তেঁওৰ বিশুদ্ধি প্ৰমাণ কি অযোধ্যাবাসী সন্তষ্ট কৰক। আনকী— নাৰ সাগৰে আজি বুৰিলো সমূলি। মান ৰাখা মাধৱী কৰি বিৰৰ মুকলি। কত দুখ কষ্ট সহি, বনত আছিলো পৰি, আজ সমাজত জানি চালে ওৰণী। বোপা কুশি , নাথু ৰাঘৱ, মণ ভৰত শক্ত, আজি মাগি মেলানি। (পাগলিনী বেশে) ১। নাম বাদ দি মই আনক নাজানো, ৰামেই বিয়ান যোগ, ৰামেই সকলে, ডেতে হে মাধৱী দেবী। সুপ্ৰসন্না, শীঘ্ৰে তুমি জানকীক স্থান দান কৰ।। ১। কবুখ বলে যোৰ আন এক নাই, সপোনে সচেতে মনে আনক না চাই; এই সত্য বলে দেবী হোৱ। প্ৰসন্ন, বিৰৰ মুকলি কৰি স্থান দান কৰ।