পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শেৱালি

শৰৎৰ বোকোচাত
তোমাৰ আগমন
সুগন্ধি বিলোৱা
জঁয়াল নিশা
উপেক্ষা কৰা তুমি
প্ৰভাতীৰ চুম্বন
শুভ্ৰতাৰ সাজত
নিমাতী কন্যা
গলি গলি সৰা
চতুৰ্দশী জোনৰ
তুমিয়ইে প্ৰেমিকা!!

৪০ • বেদনাৰ মিঠা মাদকতা