পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আশা

তোৰ দুহাতত
শেলুঁৱৈ ধৰা
সপোনবোৰ
প্ৰাণ পাই উঠে
হিমচেঁচা হুঁমুনিয়াহ
ঠন ধৰি উঠে
তোৰ আলফুলিয়া
নিলয়ত॥

বেদনাৰ মিঠা মাদকতা • ৩৭