উমান
তই মোক এৰি থৈ যাওঁতে দি যোৱা ঘাঁ টুকুৰ আজিও সতেজ হৈ আছে উশাহ লওঁতে এটা বিষে কামুৰি ধৰে তেতিয়াই উমান পাওঁ মই জীৱিত