পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কবিতা

কবিতা মোৰ জীৱনৰ
এমুঠি অংশু
শব্দৰ লেছেৰিয়ে
য’ত
গুঁজি থয়
সুখ
দুঃখৰ
শিলালিপি!

বেদনাৰ মিঠা মাদকতা • ৩১