অভাৱ
এটা শব্দৰ অভাৱত যন্ত্ৰণাত ছটফটাই থাকো মই অনুভৱবোৰ ব্যক্ত কৰিবলৈ মোক এটা শব্দৰ প্ৰয়োজন অভিধানৰ প্ৰতিটো শব্দই মূক মোৰ অনুভৱৰ॥