পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫। পাঠ।
আহোমৰ দিনৰ কীৰ্ত্তি।
মহাসতী জয়মতী।
৺জয়মতী কুঁৱৰী।

 শৰাইঘাটৰ ৰণত যশস্যা লাভ কৰাৰ পাচত আহোম-ডাঙ্গৰীয়া সকলৰ গা উঠিল; সিবিলাকে নিজ-নিজক প্ৰধান বোলাবলৈ নিজৰ