পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
কোম্পানীৰ দিন।
মহাৰাণী ভিক্টোৰীয়া।

কিন্তু তেওঁ তেওঁৰ ৰাজধানীত ২০০ জন চিপাহীৰে সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বৃটিচ্‌ পলিটিকাল এজেণ্ট পুহিবলৈ গাত লয়। এতিয়াৰ ডিব্ৰুগড়েই তেতিয়া মটক ৰাজ্যৰ ৰাজধানী আছিল। আৰু এতিয়াৰ শদিয়াই খামতীৰ ৰাজধানী আছিল।

 বঙ্গদেশৰ অকল এজন কমিচনাৰৰ দ্বাৰাই অসমদেশকে শাসন কৰোৱাটো টান যেন বোধ হল। সেই কাৰণে, তেওঁৰ তলত আৰু