পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগ-কথা মম বাপা। এতিয়া আমি বুদেৱৰ জীৱনচৰিত আলোচনা কৰোহক। তাৰ আগেয়ে আমি দুটামান কথা ভাবি চাব লাগিব। বুদেৱক আমাৰ পুৰাণত এজনা অৱতাৰ বুলি ধৰ হৈছে। আজি বলিও ভাৰতবৰ্ষত সেই অৱতাৰ পূজা নাই বা তেওঁৰ অস্তিত্বকে বিশেষ ভাৰে দেখা পোৱা নাষায় তথাপি তেওঁ নিশ্চয় এনে কিছুমান অসা- ধাৰণ শক্তি আৰু মহান আদৰ্শ দেখাই গৈছে যে হিন্দু শাস্ত্ৰকাৰসকলে বুবৱৰ জ ৰিত মহা- পুৰুষ বা অৱতাৰ বুলি আনিবলৈ বাধ্য।ৈ আমাৰ মুৰে খেত লেখিছে-