অনুৰোধ । এই ক্ষুদ্র পুথিক আগতলৈ লিখকে বৰ্ত্তমান তলত লিখাৰ ছখনি পুথিৰ কাম হাতত লৈছে। প্রথম : খনিৰ ২য় আৰু ৭ম খণ্ডৰ নিমিত্তে আৰু পঞ্চম খনিলৈ যি হয় সম্বলৰ কাৰণে অসমীয়া সাহিত্যিক সকললৈ সময়ত খবৰ যাব । সাহিত্য-সেৱক সকলে যেন সময়ত সহানুভূতি প্রকাশ কবি কৃতজ্ঞতাৰ পাশত আবদ্ধ ৰাখিবলৈ সুবিধা দিয়ে। এই মিনতি । ১। “অসমীয়া ভাষা আৰু সাহিত্য” ( আদিযুগৰ পৰা এতিয়ালৈকে ) এই পুথি ৯ ভাগত বিভক্ত থাকিব । তাৰ উপৰিও, ওপৰঞ্চি । ২। “তর্কবিজ্ঞানৰ দুটিমান কথা” তা 8 (দুয়োখণ্ড একেলগে — কলেজ আৰু স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ উপযোগীকৈ । “প্রাথমিক বিজ্ঞান তত্ত্ব” ( নুমলীয়া ছাত্ৰৰ নিমিত্তে উপযোগীকৈ ) =পৰমাৰ্থ-বাণী” উদাৰ জগতৰ সমূহ জনৰ উপকাৰ্য, নিমিত্তে ) ৫। “কল্পতৰু ” ( মানৱ জাতিৰ সকলো বিধৰ লোকৰ নিমিত্তে ) ৬। “Elementary Anglo-Assamese Grammar" on a new easy Method and Plan For Classes III, iv V of High English Schools of Assam.
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই