পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"" উছৰ্গা গাঁৱলীয়া জীৱনৰ সুখ দুখত সুখ দুখ অনুভৱ কৰোঁতা, অসমীয়া সাহিত্য ক্ষেত্ৰত সময়োপযোগী কবিতাৰ ফুলনিবাৰী পাতি সৌন্দৰ্য্য বঢ়াওঁতা আৰু স্কুলৰ ছাত্ৰাৱস্থাতে সেই ক্ষেত্ৰলৈকে লিখকক নিমন্ত্ৰণ কৰি আদৰি নিওঁতা সুহৃদবৰ শ্ৰীযুত পদ্মধৰ চলিহা এম, এৰ হাত অকৃত্ৰিম স্নেহ আৰু কৃতজ্ঞতাৰ নাম মাত্ৰ চিন স্বৰূপে পোন প্ৰথমৰ মৰ্মৰ বস্তু “বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ” সবল অন্তঃকৰণেৰে অৰ্পণ কৰিলোঁ। কোঁৱৰপুৰ শিৱসাগৰ বহাগ ১৮৪. শঁক প্ৰণেতা।