বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র কাতি-বিস্তৃত সামাজিক । 1 শৰতৰ অৱসানত হেমন্ত। হেমন্তব . আগমনত কৰ্ম্ম নাম মাত্র সংক্রান্তি পালন কৰি দেশৰ ৰীতি ৰক্ষা কৰি থয়। সেই দিনা তুলসী গছৰ তলত নতুন ধীপ বান্ধি তুলসী পুলি নতুনকৈ কই ভালকৈ লিপি-পুচি গধূলি পবত যথা নিয়মে তুলসী গছৰ তলত বস্তি জ্বলাই মাছ-চাউলৰ নৈবো থাপি থয় আৰু গাঁৱৰ গৰথীয়া সৰু সৰু লৰাহঁতে নিজনিজ খেলৰ প্ৰত্যেক গৃহস্থৰ ঘৰলৈ গৈ তুলসীৰ ওচৰত সকলোটি বহি “তুলসীৰ তলে ভ্ৰমৰ গুঞ্জবে। ঐ ৰাম গোসাঁইৰ মুৰে ছাড়ি ধৰে ৷” “কাৰ ঘৰে লগাই বাতি ৷ গোঁসাই পোবে দিনে ৰাতি ॥” “কানাই • গল ফুলে পাৰিবলৈ, হাততে ছাকুটি লৈ এ” ইত্যাদি নাম প্রসঙ্গ কৰি সেই নৈবেদ্যর ভাগ লৈ আঁজলিয়ে আঁজলিয়ে গৃহস্থক আশীৰ্ব্বাদ দি গৃহস্থৰ মনত অপাৰ আনন্দ দিয়ে । পালি লবা বিলাকে হাত চাপৰি বজাই নাম প্রসঙ্গ করে। এই গল কাতি-বিহুৰ • আভাস চিত্র। শাৰদীয় অলৌকিক অভিনয় শেষ হৈছে মাথোন এনেতে ঘোৰ অৰণ্যৰ মাজত হেমন্ত আহি উপস্থিত ৷ সেই সুযোগতে প্রক্বতিয়ে নিজৰ ডিঙিত মুকুতাৰ মালা পিন্ধি নীবলে নির্ঝর সুখ নিজে চাই কিবা এটি [ ১ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই