পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বসতি হৈছে; সেই কাৰণেই আজি হাজাৰ বছৰ ভাৰত বিদেশীৰ পদদলিত। সেই কাৰণে আহা! আজি আমি সকলোৱে ব্ৰাহ্মণৰ অপূৰ্ব্ব ধী শক্তিৰে সৈতে লোকগুৰু বুদ্ধদেৱৰ উচ্চ হৃদয়, মহৎ আত্মা আৰু অসাধাৰণ লোকহিতকাৰিতা শক্তিৰ মিলন কৰাই দিওঁ।

____________