পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাসীবিলাকৰ নিমিত্তে ভিক্ষা বিচাৰিহে আপোনালোকৰ ওচৰলৈ আহিছোঁ। কিন্তু খৃষ্টানবিলাকৰ পৰা পৌত্তলিকবিলাকৰ নিমিত্তে সাহায্য পোৱা কি যে দুৰূহ কথা তাক মই ভালকৈ বুজিব পাৰিছোঁ।

_______________