পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৩৩। বাঁহী। ৫২৯ প্রণয় ধেমালি কলা সমুহেৰে বিলসিত, | ত্রিভঙ্গ ললিত আৰু বৰণ মোৰ সন্ততে প্ৰকাৰ কৰা, অনিন্দ চিন্ময় সদা, | নিৰন্তৰ কৰে পােকা মুভি মােহন। সকলো ইন্দ্রিয় শক্তি | নিতে অাৰে হই, জগতে নেদেখাৰ কৰিছে দর্শন। পলিন্থে জগত অাৰু কৰিছে সতন্ত লয়, | দুই বুলি আছে যদি একোৱেই নাই। অচ্যুত অনাদি আদি, অনন্ত স্বৰূপ লাক পুৰণি পুৰুষ সষ যৌবনে শুৱায় । বেণৰ দুলভ নিজ অঙ্কৰ সুলভ তেও', | বায়ুকেগী মুনি মনে কোটি বহুত পাব পৰা ধােপ বাট, যাৰ পদ শুলতেই বিৰাজিছে, তত্ত্ব বাৰ ভাৰৰ দূৰত। এক হৈঙ্গা গতকে ৰচিব পাৰিছে মেয়ে, যাৰ ভিতৰতে অাছে গােটেই জগত। গতৰ পৰমাণু মাজত বিহাৰে মেয়ে, ভেৱেহে বজাই ৰহী জামাৰ দেশত । শোনােচ ৰকৰা তাৰিলো। মণিপুৰ-যাত্রা। | আই-ৰৈ উঠাৰ পিছত আবেসি বেলিকা গাড়ী এৰি দিয়া হল। এতিয়াৰে পৰা আমাৰ আৰু ডাকৰলাৰ লগত কোনাে সম্পর্ক নোহোৱা হল। গাড়ীয়েই আমাৰ চেপূন” শাড়ীয়েই লামা ডাকল। ধিমত, ইচ্ছামতে কেতিয়াবা উঠি, কেতিয়াৰ খােল কাঢ়ি, বাওঁ। ৰাতি হেচা-টেপাকে তিনি মানুষে