পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গল, ১৮০। শো-খোৱা ৰীৰ। ছুখ। বি দুপৰ হল। আমাৰ ধীৰে নে খাই আহি ঘৰ পালেহি। মণীয়েক।- “নো খালা নে?" মৌ-খোৱা।- “হে মেখাৰৰ লো কাৰণ কি? ঘৈণীয়েক। মৌধোৱাৰ চিন কি আৰু মোলৈ যায় নিল। মৌ-মৌ মুখে খালে পেট পালে গৈ। তাকে চিনটো কি? ।ৈ ৰাৰু কেনেকৈ খাল কোৱাচোন। শে।- " শুন। মে বিচাৰি গৈ হাৰি পালেগৈ। তাৰে বৰ এ চোম এজোপাত এৰাহ মো পকি আছিল। গছজোপাৰৰ শকত নহয় আৰু ভাত মানুহ উঠিবলৈকো ভয় লাগে। মই ভাবিলে। এইজোপও যদি উঠে। তেন্তে জাগি পৰি মৰি থাকিম। পাছে মই জানো কিবা উলামুলা মানুহটো? গছজোপাৰ গুৰিত ধৰি চেপা মাৰি পঠিয়ালে। একে চেপীতে মৌ আহি কৰি জৰি ৰা হৈ তলত পৰিবলৈ ধৰিলে। মই ধৰে। কিন্ত? একে নেপাই মুখ পাতি দিলে। আকৌ তোলৈ নো কেনেকৈ মো আনো হয়। ৰীৰৰ কথা শুনি আজলী ঘৈণীয়েকে আচৰিত নিলে। আৰু সেই দিনাৰপৰা “আমাৰ ৰীৰ বৰ বীৰ" বুলি তেওঁ সকলোৰে অগিত ঘোষণা কৰিছে। মৌ-খোৱা বৰ বীৰ এই কথাই ঠাঠেলি মেলি ৰাজসিংহৰ কাণ পালেগৈ। জয়ো কথাটো পতিয়াই আচৰিত ৰানিলে; আৰু সেই দিন ধৰি হতুম হল যে ৰাৰ ভৰালৰপৰা সেই মহাবীৰে এনেই সায় সিথা খাই থাকিব পাৰিব। 1 পঞ্চমাধ্য। মৌখোৱা বীৰ মুখেৰে ঘৰতে বহি খাই আছে। তেওঁৰ একো ভাষা নাই। তেওঁ যেনিয়েই বাৰু তেনিয়েই জন্ধু-জয়-ম-ময়। এনেতে ৰজাৰ টেকেল গৈ ঘুমুহকৰে তেওঁক কলেগৈ যে “ৰজাৰ তালৈ মাল আহিছে, সেই দেখি ৰজাই তোক মাতি পঠিয়াইছে।” এই কথা শুনি ধীশৰ তলুব আগে জীৱ গল। শৈীষেকৰে হি +