পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যা। মাৰ এমাহৰ পিতে সংসাৰ-শিত বৰ জাতখন কোনোবাই জোকো তাইৰ পিঠিত তুলি দি ঘূৰাবলৈ ধৰিলে; আৰু তাৰ হেচাত তেওঁৰ গুৰিৰ আ অবোৰ গল খাই গল। জোকোলায়ে কলিতাৰপৰা উডি গাহি স্কুল কোৰিত ২২৫ টকীয়া চাকৰি কৰাটোও অপমান কৰা বুলি ভাবিলি; অথচ এফ, এ ফেল তেওঁক অতিকৈ কোনেও সৰ হাও মাছে। তেওঁৰ গাত গুণ থাকলেও সেই গুণ দেৰিবলৈ লোকৰ মূৰত বু নাই। জোকোইৰ হাতত এৰে ৰূপ-কানও মাই বে তেওঁৰ সংসাৰ যাত্ৰা নিৰ্বিবাদে চলে। গৰু মহবোৰ বাপেক গোয়েখৰে ইয়াৰ আগেয়ে লগত লৈ সিপুৰীলৈ গল আৰু বাপেকৰ অন্তদ্ধনি জোকোন্দাইৰ অন- মোদিত হলেও প গহবোৰ অন্তৰটো বে অনুমোদিত হৈলি সেই আমি কালকৈ জালে। ইফালে কলিকতাত থাকি তেওঁৰ খোৱা পিক আদি কা বোৰ ওপৰলৈ মই গৈ ইমান টি-খেপত উঠিছিল যে তাৰপৰা তেওঁ তললৈ চালেই তেওঁৰ মূৰ-ঘূৰণীয়ে ধৰিছিল। নাদ পুখুৰীৰ পানীয়ে এতিয়া তেওঁৰ কাম নচলে, “ফিটৰ গুৱাট” অৰ্থাৎ টেকা পানী লাগে। গধূলি ইখি” চড়া নংয়ে বগা পানীয়ে তেওঁৰ পিয়াহ গুচাব নোৱাৰে। জলপাৰৰ সময়ত বিন্দু পাইকটা নেদেখি পিঠা-পুৰি কোমল-চাউল দেখিলে তেওঁৰ গাত অৰ উঠে। এইবোৰ আৰুকালৰ উপৰিও তেওঁৰ বাপেকে লগাই থৈ যোৱা থাৰ সধা মানুহৰ তাপত তেওঁৰ প্ৰাণবায়ু ওষ্ঠাগত। | দুখৰ বেসেলিয়ে তোক বৰুৱাৰু যেঢ়ি ধৰি থাকোভাই মুখৰ জিলিঙনি এটি আছি এদিন তাৰ মাজতে তেওঁৰ গাত পৰিল। সচাকৈ কৰলৈ গলে, সেই টোক জিলিঙনি সুবলি এক একাৰ বিজুলী-সোতৰ খুৰা হে বুলি লাগে। কাৰণ খবৰটো অলা মাত্ৰতে তেওঁৰ গোটেইটো গাজান পুলকিত হৈ যাত পৰিবোৰ ঠ কৰে কপিৰলৈ ধৰিলে। একাৰ পোটালী এটা জানেন দিল বল হৈ থকা ফী এটাই যদি দেখে যে কোনোবাই হাত চাকি লৈ বন্দীশালৰ দুৱাৰখন মেলি দি তাৰু মোকোলাই লৈ যাবলৈ আহিছে, তেতিয়া সেই ৰ কেনে আনন্দ হয় কোকো বৰুৱাৰৰ জেনে নিই।