পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ই, এ সংখ্যা। ভেনেজুষিলাক সঙ্কীৰ্ণ জাতিক গ্ৰাহী কৰি উৰ অপে— বিড়াঃ কালো বাকি। | পাৰাগহানা কি সাঃ খশা। প্ৰমাণ দেখুৱাইছে। ভবিষ্যতেও স্বকৰ্মাদি ত্যাগ কৰিলে এলেবিলাক আজিয়েই হব বুলি উদাহৰণ দিচ্ছে। প্ৰতিবাতী মহোদয়সকলে যে— উপযাতি মিশ্চ বাদশাহেৰ ব্যতি। আসেনানুপৰীতশ্চ আছি শুতে সুখ। এই বহাৰদীয় বচন দ্বাৰা অনুপবীত কৰি মাসশো বিধান কৰিছে, বিধান কৰা সক্ষত হৈছে। কাৰণ ক্ষত্ৰিয়ত্ব হীন হলে ওপৰোক্ত প্ৰমাণ ধাৰা তেলে ক্ষত্ৰিয় দ্বধৰ্ণগ্ৰাহী হয়, কাষেই মশাশৌচ হৰ।। আৰু “ত্ৰায় ব্ৰাহ্মণাজ্জাত শ্ৰেয়া টেং এজাতে। অশ্ৰেয়া শ্ৰেয়সীং জাতিংগচ্ছত্য সপ্তমাং যুগ। এই শচনৰ যে “সপ্তমাং ফুগা” এই পথৰ সাত যুগ অৰ্থ কৰিছে, যাবিকে সাত যুগ নয়, সাত জন্ম হে। আৰু যি নিয়মে উক্ত মনু বচনৰ অৰ্থ লেখিয়ে সেই অৰ্থও সঙ্গত হোৱা নাই। অভিজ্ঞপাঠকে মুলমনুসংহিতা ফুক ভট্টৰ একা আৰু মেখাতিথিৰ ভাষত দেখিলে জাতি কি নিয়মে ৬ংকু অপকষ্ট হয় বুৰিব পাৰিব। আমি লিখিলে প্ৰবন্ধ বিলীৰ্ণ হয়ে যাবে সেই বিষয় এৰা হল। আৰু যে- সহিত সৰ্বপাপৰত। মুচাতে মাত্ৰ সন্দেহে বিষ্ণেৰামানু চিং। এই বৈশম্পায়নৰ বচনৰ যাৰ বিষ্ণুৰ নাম ললে বিধৰ্মী আৰু পাপী পবিত্ৰ হৈ পূৰ্ব্ব জাতি প্ৰাপ্ত হয় বুলি আভাস দিছে, তেনেহলে সকলে বাট নিন্টক হল। কিন্তু ফিলম এ বাহ অভ্যন্তৰ পবিত্ৰ হলেও, অন্য পকে, তেনে হোৱা কিছু শঙ্কট। অনেক শাস্ত্ৰীয় বাক্য অথবাগ আৰু নিশা অলঙ্কামুক্ত, এইবাৰে যুক্তি আশ্ৰয় কৰি সিদ্ধান্ত কৰিলেহে শ সাৰিব পাৰি। এই বিষয়ে শাস্ত্ৰত আছে যে- কেবলং শাশ্ৰিত্য নকওঁৰবাহ নিয়। যুক্তিহীন বিচাৰেতু হানি এতে।