পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২য় ১ম সংখ। ব্ৰাত্য গোষ গুচিবৰ কাৰণ চান্দ্ৰায়ণ এত আৰু গোলাম কৰিলে শুদ্ধ হয়, তাৰ পাছত উপনয়। ক্ষত্ৰিয় ‘লও, সূত্ৰৰউপবীত বিহিত। ব্ৰাত্যৰ বিহিত প্ৰায়শ্চিন্ত হলে তাৰ সহিত সংসৰ্গ কৰা নিষেধ। যমন, অধ্য খুন, দান ক্ষত্ৰিয়ৰ ধৰ্ম্ম, অস্ত্ৰ দ্বাৰা প্ৰজা ৰক্ষণ জীবিকা। ত্ৰিয়ই বিপদ কাল অৰ্থাৎ খ বুওি দ্বাৰা জীবিকা নিৰ্ধাহ কৰিব নোৱাৰিলে বৈশ্য বৃত্তিৰ জীবিকা নিৰ্মাহ কৰিব। পশুপালন, কৃষি, বাণিজ্য ৰৈৰ বৃত্তি। কত্ৰি- যুৰ পক্ষে বৈশ্য বৃত্তি বিহিত হলেও হিংসাত্মক বাবে কৰি বৰ্জনীয়। কিন্তু এই বৃতি আপদ কালত মাত্ৰ, বিপদ উত্তীৰ্ণ হলে নিজ বৃত্তি অৱলম্বন কৰিব। নৈশ্যই নিজ বুক্তি উপজীব্য কৰিব নোৱাৰিলে উচ্ছিষ্ট জোনাদি নিকৃষ্ট কৰ্ম্ম ত্যাগ কৰি শ বৃত্তিত চলিব। ক্ষুদ্ৰ বৃত্তি হৈছে ব্ৰান্ধাদি বৰ্ণ এয়ৰ যথাসম্ভৱ পৰিচৰ্য্যা। দই নিজ বৃত্তিত চলিব নোৱাৰিলে শিল্প কৰ্ম্ম কৰি জীবিকা নিৰ্বাহ কৰিব। (মৌ, হাল, সুৰা, লা, মাংস ভিন্ন দ্ৰব্য বিক্ৰি কৰিবও পাৰে}। মনুসংহিতা ১০ অধ্যায়। | কৃত্ৰি নিজ বৃত্তিত চলিব নোৱাৰিলে কৃষি ভিন্ন বৈশ্য বৃত্তিৰে জীবিকা কৰিব পাৰে। কলি জাতি পুৰণি ক্ষত্ৰিয় হলে, পুৰুষানুক্ৰমে কৃষি আলি জীবকা নিৰ্বাহ কৰা ৰাৰে বৰ্ণসঙ্কৰৰ লগতে গন্ধ হয়। ব্যভিচাৰেণ বৰ্ণনাশদ্যোবেদনে নচ। কনা তাগেন যামুতে বৰ্ণলঙ্কা। এ ১ অধ্যায়। ধিতীয়তঃ কলিতা জাতি পুৰণি ত্ৰি হলে আৰু এটি সিবিলাকৰ অপা উপস্থিত হয়। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশৰ উপনয়ণ সংস্কাৰ বেদ অধ্যয়ন বিহিত আছে। ক্ষযিয়ৰ ২২ বছৰৰ ভিত উপনয়ন নহলে ব্ৰাত্য হয়, ৰাওৰ বিহিত প্ৰায়শ্চিত্ত নোহোৱা পৰ্যন্ত ব্ৰাত্যৰ সহিত সংসৰ্গক নিষেধ আছে। অত উঃ ব্ৰয়েছিপেতে থাকাগমসং। সাবিত্ৰী পতিতা ত্যা ভৰষাৰ্থবিগঠিত। মৈতৈ তৈৰ্কিবিজাপণিহি হিটিং। ব্ৰাহ্মণ, যৌনাংশু সন্ধাৰে ব্ৰাহ্মণঃ সহ। না।