পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{২ বৰ, স্যা। ঘৰথম, তাৰ পিছত গাওঁখন আৰু তাৰ পিছত দেশখনৰ উন্নতি সাধন কৰি হে সপো ভাৰত উন্নতি ৰাৰ কথাই লগ ধৰিবহি। মই অসম পেশখনৰ চাৰি ফালে চাই মানুহবিলাকৰ নিশকতীয়া শৰীৰ আৰু ক্ৰণে মুজুৰা-মেমেৰ হৈ উঠি অহা ৰা ছোৱালীবিলাক দেখি মোৰ মলত এনে কথাই পেলাইছে যে অসমীয়া জাতিৰ শিপা উলিৰৰ জাৰ সৰহ দিন নাই। বিশ ত্ৰিশ বছৰৰ আগতে গাৱত যেনে ঢোলো পোদোৰ বলল মানুহ দেখা পোৱা গৈছিল এতিয়া তেনে নাই। এনে কথাৰ মূল কি ভাৰু যদি পিটিকি চোৱা যায় তেনেহলে ঘাইকৈ বৰ্তমান সময়ৰ ফুটত অসমীয়া উঠিব নোৱৰাটোৱেই বুলি মনত পৰে। কোনো এখন দেশ, যঞ্জি চাকৰি, ব্যৱসায় আদি নানা কামত বিদেশী মানুহ আহি নিগাজী গৰাকী হৈ পৰেহি অৰ্থাৎ বিদেশী মানুহে আহি চাৰিউ পিনে প্ৰধান্য পিন কৰেহি তেনেহলে নিজাপী দেশৰ মানুহ সকলে। পিনে ক্ষীণ দুৰ্কল নোহোৱাকৈ নাথাকে যে ই মানৱইতিহাসৰ প্ৰমাণ- সিন্ধ ঋথা। কাৰণ পৰদেশী মানুহে আহি কোনো এখন দেশত সৌছাগ্য- শায়ী হৈ প্ৰস্থ পন কৰিলে নিজদেশী মানুহে ধৰ্ম্ম পাহৰি বিদে- শীৰ যেয়া আহিবিলাক নকল কৰিবলৈ ধৰে। আমাৰ অসমত বিদেশী মানুহে প্ৰধান্ত বাস কৰা গতিকে অসমীয়া মানুহৰ জুৰ্ত্তিৰ হ্ৰাস হৈছে যে তাৰ ভুল নাই। আৰু যুগ ৰ কালৰ নিয়ম অনুসৰি অসমীয়াৰ ধৰ্ম্ম আৰু সমাজ সংস্কাৰ লোহাৱাৰ গোষতে, ঘাইকৈ মাহৰ ভিতৰত চৰিত্ৰহীনতা প্ৰবেশ কৰি সমাজৰূপ শৰীৰৰ সি এটি যে কয় ৰোগ হৈ উঠিছে আৰু এবাৰ চিশীল পাঠকে গতি চালেই চুক্তি পাব। যি দেশৰ মানুহে বিদেশীৰ বেয়া গাহিবিলাক সকল কৰি খবজিত হৈ সমাজত চৰিত্ৰহীৰূপ ফ ৰোগক খানিকা পাতিবলৈ দিয়ে সেই দেশৰ মানুহৰ ভিতৰত কেভি- ও এক হব নোৱাৰে বেইমুল কথা। ফোনে। এখন দেশৰ মাহৰ ধৰ্ম ৰা অভাৱ সেই দেশৰ মাটিৰ ও অনুসৰি হয়। মাটিৰ গুণ অনুসৰি হোৱা যায় কোনো দেশৰ মানুহে এৰি দি আন দেশৰ মানুহৰ অভাৱ অনুকৰণ কৰিব খুজিলে সেই গেশৰ ৰা ৰাহস না -চিৰিা কোনোটি হয়। অসমীয়া হিন্দু