পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯৪ বাঁহী। [ ২ বছৰ, সংখ্যা। চিন্তাশলেম আৰু স্বদেশৰ ৰাজনীতিৰ চৰ্চ্চা অলি উঠিল আৰু নিজৰ অৱস্থা পাহৰি পেলালে। তেওঁ মিঃ ডিগবি ( Mr. Dighy) আৰু দাদাভাইনৌৰৰে সৈতে গোটখাই “লওন এজেঞ্চি” (London Agency) স্থাপন কৰি নিজে ভাৰতৰ সকলো ঠাইৰপৰা পঁচা তুলিবলৈ ধৰিলে। ইংলণ্ডৰ ৰেম্পট” (Northampton) চহৰত, এই সাত মিঃ গাজাইনোজি আৰু পালেমেণ্টৰ সত্য মিঃ ডেলৰে (Mr. Bradlough M, P.) সৈতে তেওঁ ভাৰতৰ শাসন প্ৰণালীৰ বিষয়ে দীঘলীয়া বক্তৃতা দিছিল। এইদৰে তেও নিজ দেশৰ উপকাৰাৰ্থে বিলাতৰ বহু ঠাইত ডাঙৰ ডাঙৰ সমাজ আৰু সভাত সাকা বক্তৃতা দি বহঃ উপকাৰ কৰিছিল। | তেওঁ বেশী আৰু বিদেশী দুই শ্ৰেণীৰ মানুহৰ ইমান মৰম, শ্ৰদ্ধা, ভক্তি আৰু আদৰ্শৰ পাৰ হৈছিল যে মৰাৰ অলপ আগতে তেঁওক “পালেমেণ্টৰ সভ্য মনোলিত কৰাৰ কৰা হৈছিল। দেশৰ দুৰ্দশাৰ নিমিত্তে তেওঁ নিজক আৰু তেওঁৰ দেশক সেই সম্মানেৰে ভূষিত কৰাৰ আপেয়ে ১৯০৬ চনত বিলাতত নিৰ ঘৰ “খিদিৰপুৰ জিলাভ” ইং জীৱন এৰি স্বৰ্গী হল। | তেওঁ ১৮৫৯ চনত ১৫ বছৰ বয়সতে বহুবাৰৰ (কলিকতাৰ) যুক্ত নীলমণি মতিলালৰ জীয়েকক বিয়া কৰাইছিল। ইমাল কম বয়লত তেওঁৰ বিয়া কৰাৰ ইচ্ছা ছিল, কিন্তু বাপেক মাকৰ অনুৰোধততেওঁ কৰাৰলৈ বাধ্য হৈছিল। বিলাতৰপৰা উভতি আহি তেওঁ ৰৈণীয়েকৰ লেখাপঢ়া আদি সকলো শিক্ষা দি সৰ্বগুণেৰে ভূষিত কৰিছিল। ১৮৭ চনৰ ৫ মাৰ্চ তাৰিৰে তেওঁবিলাকৰ প্ৰথম পুতেক কমলকৃষ্ণ চেলি বেনাৰ্জীৰ জন্ম হয়। তেওঁ বাৰিষ্টৰ হৈ কলিকতাৰ হাইকোৰ্ট আইনৰ ব্যৱসায় চলাই আছে। তিীয় পুতেকে। কলিকতা হাই- কোৰ্টৰে যেৰিষ্টৰ। যদিও ৰাপেৰু মাকৰ অনুৰোখত আৰু আহ্মেণ তেও নিয়ে ১৫ বছৰ বয়সত বিয়া কৰাইছিল তথাপি ভেও কম বয়সত লৰাই ৰা যোৱালীয়ে বিয়া কৰোৱাৰ বৰ বিৰোধী আনি। এতে বিয়া লৰা আৰু ছোৱালী দুই বৰ অনিষ্টকৰ। এই বাল্যবিবাহৰ নিয়ৰ আমাৰ হিন্দু সমাজৰপৰা ৰে লাহে আঁতৰাবৰ নিমিত্তে তেও সমান গুৰিয়াসকলক উপদেশ দিছিল। তেওৰ ধৰ্ম বিষয়ে মত ৰে, যি মানুষ যিশু অগ্ৰৰণৰ সি সহায় সেই লাফাৰ ' কি মই ভাল। মা খাল বা পৰোবাৰ ৰু