পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেঠ, ১৮৬৩। ] কথোপকথন। “অপাৰ মাত, আকালৰ ভাত। সেই বাক্যৰ অভাৱত মৰুভূমিৰ নিচিনা উগ্ৰ তপত গযুতে শান্তিৰ শীতল নিৰা যা। | শাৰীৰিক আৰু মানসিক পৰ লগে লগে যায় গুণ সাধম কৰিব লাগে। ফাৰণ গেহ, মন, বাক্য এই তিমিৰে মত তিনিওখো িস আয়ে। এটাৰ ৰিকাৰ উপৰিত হলে আমটোও বিকৃত হয়। ফল-ফালা পবিত্যাগ কৰি কেৱল কৰ্তব্য বুলি পৰম প্ৰকাৰে সৈতে যি পৰ অনুষ্ঠান হয় তাকেই সাভিক ভুপ যোশে। জানীসকলে এই তিনিও বি এপকে সাবি ৰায়ে সাধন কৰে। কিন্তু মনকষন কৰিব নোৱাৰিলে কোনো সানাতে মিলিত কৰিব নোৱাৰি। কিয়নো, মন, সমো ইত্ৰিৰ ওপৰত ৰজাৰ নিচিনা। মনক খ কৰিব পাৰিলে আমি সকলো ইৰি সংবত হৈ থাকি। | যি শক্তি কত কথোপকথনৰ ৰা আমি আমাৰ মনৰ ভাৰবিলাক পৰম্পৰক অনাৰ পাৰে। সেইটো পৰমেৰে মানুহৰ মানুহৰ সুখৰ নিমিত্তে দিয়া এটা বিশেষ ক্ষমতা। এই ক্ষমতাৰ ৰাই যত্ন হৈছে জিভা। কিয়নো শব্দবিলাকৰ উচ্চাৰণ প্ৰধানকৈ জিজ্ঞাৰ বাৰা সাধিত হয়। এই জিভাৰু বৰ পৰা অনেক উপকাৰ কৰিব পাৰি। কিন্তু তাক চলাৰ নেজামিলে ভৰপৰ বহুত অপকাৰ হব পাৰে। অন্তৰৰ ভাৰ যেতিয়া বাক্যৰূপে বাহিৰলৈ ওলায় তেতিয় সি আনৰ মনত গলপ নহয় কাপ (affect) কাৰ্য কৰিষই কৰিব। এই য চলাওঁতে আমাৰ পাত এটা বোৰ দায়িত্ব আছে। সেই দায়িত্বৰ হাত আমি এদিনলৈকো সাৰিব নোৱাৰে। ৰা হুপ আচৰিব খুজিলে লিভাক সদায় শাশ- নত ৰাখিব লাগিব। শাসনত ৰখাৰ উপায় হৈছে "Think before you speak" কথা কোৱাৰ পূৰ্বে বিচাৰ কৰি কথা কোৱা উচিং। বিচাৰ নকৰাকৈ কথা কোৱাৰপৰাই অনেক দুখ বেজাৰ পোৱা যায়। সেই বাৰে বুঢ়া লোকে যেয়োনাত কৈছে- | ‘কথাৰ মূৰত বঁটা পায়। কখাৰ মুৰত কটা যায়।” কথা কোৱাৰ আগেয়ে মনতে বিবেচনা কৰিব লাগিব যে কি কথা কেনেকৈ ক (matter and manner of converalion) কাক কেতিয়া। এই দৰে বিবেচনা কৰি কথা কলে কথা ধৰকৈলে লেগি। সকলোৰে