পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুন, ১৮৩২। পুৰণি অসমত দুমুকি। যায়, সেইবিলাক যে ভগবান কৃষ্ণদ্বৈপায়ন ৰচিত মূল ভাৰতৰে কথা, সেইটি নিশ্চয়। আৰু বিবিলাক এই নিয়মৰ বাহিৰ, অখা জাৰৰ আগৰপৰা গুৰিলৈকে একৰকম গৰ কি মাজে মাজে সেই ভাষৰ বিপৰীতে যিবিলাক বিষয় পোৱা যায় সেইবিলাক যে সুমুৱা এইটি নিঃসংশয়ে কব পাৰি। মহাভাৰতত কামৰূপৰ নাম পোৱা যায়; গুলিবল পোৱা যায়, মহা ভাৰৰ সময়ত অসমৰ অসম বুলিলে পুৰ, উত্তৰ আৰু পশ্চিমে পূৰণি কামৰূপৰ মীমা আৰু দক্ষিণে আধুনিক অসমৰ সীমাৰ ভিতৰৰ মইকেই বুজিব লাগিব) নাম প্ৰাগজ্যোতিষপুৰ আছিল। কত? আজ্যোতিপুৰ যে ক’ত এই সম্বন্ধে দেখা যায় বৰ বেমেলি। কালিকাপুৰাণ মতে বৰ্তমান গুৱাহাটায় নৰকাসুৰ আৰু তেওঁৰ পুত্ৰ দত্তৰ ৰাজধানী বাগৰিপুৰ। ৰামায়ণৰ মতে নৰকাসুৰৰ ৰাগধানী প্ৰাগজ্যোঙিৰ পুৰ, কালিকাপুৰাণৰ কামৰূপৰ লোহিত সাগৰৰপৰা জাপ মাৰি গৈ পশ্চিম পিনে অৰৰ আৰু আফ্ৰিকা মাজৰ লোহিত সাগৰেই নে আন কোনো লোহিত সাগৰত ৰাছেগৈ কিঞ্চি কাণ্ড-৪১ সগ)। কালিকাপুৰাণৰ কথা নধৰিলে, ৰামায়ণ যদি মহাভাৰতৰ আগেয়েই ৰচিত তেতে ৰামায়ণৰ কথা উপলুঙা কৰি উৰুৱাই দিব নোৱাৰি; কিন্তু ৰামায়ণ, মহাভাৰত আৰু পুৰাণবিলাকৰ যে মাজৰে গ্ৰন্থ এই বিষয় ভাল এমাম পোৱা ব্যায়, আৰু ৰামায়ণ যে মহাভাৰতৰ পিছুত ৰচিত এইটি অগস্তু ৰমে ত মহোদয়ৰ মত (Civilization in Anceint India vof II Ch. 3 p. 139)। সেইদেখি ৰামায়ণৰ কথাতও পতিয়ন নপ এগ- জ্যোতিষপুৰ সন্মকেল মহাভাৰজকেই ধৰা শ্ৰেয়।

  • মহাভাৰতৰ শান্তিপৰ্ব ৩৪ম অধ্যায় মতে জানিব পাৰি যে না-

মুৰৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ; আৰু কৃষ্ণই আন আন গৰৰ লগত মৰাসুৰ আৰু অলিপুত্ৰ বাৰানুৰকো ৰণ কৰিছিল; কিন্তু মহাভাৰতখনি আগৰপৰা গুৰিলৈকে এৰাৰ পঢ়িতে অনায়াসে বুলিব পাৰি যে এই অধ্যায়- টি হে নালাগে ৩৩৫ অধ্যায়ৰপৰা ৩৫৩ অধ্যাম্বুলকে এই ১৯ অধ্যায়েই প্ৰক্ষিপ্ত অৰ্থ সুমুৱা। এই কেইজ্যাক হবিংশ, বিষ্ণপুৰাণ আৰু ভাগৱতৰ

  • ীয় কালীপ্ৰসন্ন সিংহ মহোদয়ৰ ালী ভনি মহাভাৰত। বিশেষকৈ উল্লেখ

একটি অকল মালিতে পিছলে এখনি এতে খুজি লাগিব।