পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 আসাম। [ মাঘ, ১৮৩২ ভাঙনি কৰে। ৬৪ খৃষ্টাব্দত হিউয়েনচাঙৰ মৃত্যু হয়। ভাৰতবৰ্ষৰপৰা উভতি যাওঁতে তেওঁ তলত শিখা পুথি আৰু বস্তুবোৰ লগত লৈ যায়। (১) বুদ্ধদেয়ৰ শৰীৰৰ পাচ শ বিধ অপ-চিহ্ন (relics)। (২) বুদ্ধদেৱৰ দুখন সোণৰ মূৰ্ত্তি; তিনিখন চন্দন-কাঠৰ মূৰ্ত্তি , আৰু এখন ৰূপৰ মূৰ্ত্তি। (৩} ১২৪ খন মহায়ান বৌদ্ধ সূত্ৰ পুথি। (৪) ৬২০ খন আন আন পুথি। এই বস্তুবোৰ বৈ লৈ যাবলৈ ২২টা থোৰা লাগিছিল। চীন সম্ৰাটৰ আজ্ঞাত হিউয়েনচাঙে ৬৫ খন সংস্কৃত পুথি চীনা ভাষাশৈ ভাঙে। তেওঁ টাটাং চিউকি নামে বাৰখন কিতাপ লেখিছিল। সেই অমৰ কিতাপবোত নানা দেশৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, উৎপন্ন দ্ৰব্য, জাতি- বিভাগ, বৌদ্ধধৰ্ম্ম সংক্ৰান্ত গৃঢ় বিষয়বোৰ, ইত্যাদি কথা তেওঁ লেখি থৈ গৈছে। টাংহুৱানচাং ৰাৰ যন্ত্ৰী চাং ইয়ে হিউয়েমচাঙৰ চিইউকি কিতাপ পাত- নিত লেখিছে;-ত্ৰিপিটক পাৰদী হিউয়েনচাং নামে এজন পণ্ডিত ছিল। তেওঁ সাধাৰণত চিচি নামে খ্যাত ছিল। স্বভাৱৰ সৌন্দৰ্য্য আৰু পুণ্য তেওঁৰ গাৰু বিদ্যমান ছিল। ** তেওঁৰ জান সুগভীৰ আছিল।... তেওঁৰ সুশ বিগ দিগন্ত ব্যাপৃত হৈছিল। সকলো বিষধু বিবেচনা কৰি তেওঁ ইতিয় সুখত বিৰত আছিল। হাতী বা অসুৰ যেনেকৈ জীৱবিলাকৰ তিতৰত ডাঙৰ, তেৱে। সেইদৰে মানুহবোৰৰ ভিতৰত খেই। যেনেকৈ সাৰস আৰু শেন চৰাই আন চৰাইবোৰকৈ আকাশত ওখত উৰিব পাৰে, েেৱ। সেইদৰে বিদ্যাৰ আকাশত সকলোৰে ওপৰত বিচৰণ কৰিছিল। কি ৰাজদৰবাৰত কি গহন বনত সকলো ঠাইতে তেওঁ বিদ্যাৰ গৌৰৱেৰে পাৰচিত অ‘দুল।... তেওঁ ছাতৰ-ঘস্থাত পঢ়াত বৰ মনোযোগী ছিল। এক মূৰ্ত্তও তেওঁ অপব্যয় নকৰিছিল।... তেওঁ সকলো বিদাত পাৰদৰ্শী হৈ শেহত বেদ অধায়মত মন দিছিল। ... ক্ষণত তেওঁ হাতত জাখুটি লৈ দূৰদেশলৈ যাত্ৰা কৰিলে। ...তেওঁৰ তুলনাত পোওৱা ১) আৰু ফাহিয়ানে (২) (১) এওঁ এখৰ চাৰপৰাটক। খাচল নাম চাংকিয়েন। (১) এই চীন পৰ্য্যটক ৩৯৯ টা। ৯৯ টাকালৈকে ২ বছৰ ৰত ...