পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় বন্ধু, ৩য় সংবা ] বাহী। দুই ঠাইত অনেক বৌদ্ধ বিহাৰ আৰু অশোকৰ গুৰু স্থাপিত হৈছিল। নৰম কি দশম শতিকাত ৰচিত হোৱা বুলি থিৰাং কৰা দীপিকা পুৰিত ( যাৰ বিষয়ে আমি পিছত কম ) বৌদ্ধ প্ৰতি আক্ৰমণ দেখি কোনোৱে তাৰপৰা সেই কালত আকামত বৌদ্ধ ধৰ্ম প্ৰচলিত কাটে। অনুমান কৰে, কিন্তু সেইটে। অনুমান ঠিক নয়। “ডাকৰ পুথি” নামে আমাৰ প্ৰবন্ধত আমি দেখুৱাইছে যে সেই পুথিত যি বৌদ্ধ আক্ৰমণ আছে সেই বৌদ্ধ বৌদ্ধধৰ্মাৱলী বৌদ্ধ নহয়, হীনাচাৰী UT- বিলাকক হে বোদ্ধ বোল হৈছে। বাতবিকপক্ষত সেই কালত বৌদ্ধ কথাটো গালি আৰু নিশাৰাচক হে হৈ পৰিছিল। ডাকৰ পুথি আকাশ। অসমীয়া পুথি। তাত “বঙ্গভাষা ও সাহিত্য প্ৰকাৰে বৌদ্ধধৰ্মৰ যিবোৰ চিন বিচাৰি উলিয়াই তেওঁৰ সিদ্ধান্ত থিৰ কৰিছে সেই সিদ্ধান্তুও বিৰ হব নোৱাৰে, কাৰণ আসামত বৌদ্ধধৰ্মৰ প্ৰচাৰ নাছিল বুলিলেই হয়। আগামত ওপৰা পৰিকৈ নানা পন্থায়। হিন্দুধৰ্ম প্ৰচাৰৰ হে অলেখ প্ৰমাণ পোৱা যায়। শঙ্কৰদেৱেও আসাম খোদ্ধেৰে সৈতে যুঁজিব লগীয়া হোৱা নাছিল, হীনাচাৰী লোভী আৰু শাস্ত্ৰ অপ্ৰকৃত অৰ্থকৰী ব্ৰাক্ষ্মণসকলেৰে সৈতে হে তেওঁৰ তৰ্ক চলিছিল। শঙ্কৰদেৱে অসমত দুজন হে বৌদ্ধ "টাটকীয়া” লগ পাইছিল বুলি চৰিত্ৰ পখিত আছে। এইবিলাক ষি হওক, হিউয়েনচাঙৰ বিবৰণৰ পৰা আমি আৰু এটা কথা পাওঁ। তেওঁ যেনেতেনে পৰিব্ৰাক নই; তেওঁ প্ৰগাঢ় পণ্ডিত আৰু পৰম জ্ঞানী বৌদ্ধ পণ্ডিত আছিল। ৬৩ খৃষ্টাব্দ চীনৰ অন্তৰ্গত হোনান প্ৰদেশৰ চিন লিউ নগৰত হিউয়েনচাঙৰ জন্ম হয়। হিউনঙৰ তিনিজন ককায়েক আছিল। তেওঁৰ মাজুন ককায়েক চাংচিয়ে তেওঁক সৰুতে বিধ্যশিক্ষাৰ নিমিত্তে ললাইয়াং চহৰলৈ লৈ যায়। ১৩ বছৰ বয়সত হিউয়েনচাঙে বৌদ্ধ এমণ ব্ৰ গ্ৰহণ কৰে; আৰু ১০ বছৰ বয়সত ভিক্ষু হৈ, তেওঁক পঢ়াবলৈ উপযুক্ত অধ্যাপক বিচাৰি চাংপানলৈ আহে। ইয়াত থাকোতেই ছেওঁ ভাৰতবৰ্ষলৈ আ িলেখা-পঢ়া কবিৰ সৰু কৰি, বিশ বছৰ বয়সত চাংপান এৰি ৬৯ খ্ৰষ্টাব্দ ভাৰতবৰ্ষ পায়হি। ৯২৯ খৃষ্টাব্দ পৰা ৪৫ খৃষ্টাব্দলৈকে তেওঁ ভাৰতবৰ্ষত থাকে। ইয়াৰ পিছত তেওঁ নিজৰ দেশলৈ উভতি লৈ ভাৰতবৰ্ষৰপৰা লৈ যোৱ। পুথিবিলাকৰ চীন ভাষাত