পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুহ, ১৮৩২ ] স্পেনীচ প্ৰাচীন সাহিত্যৰ ইতিহাসৰ এপিঠি। ৭৫ জানো বা অশান্তি কৰে। হিয়া ভেদি যোৱা তোমাৰ দেন, সকলো সম্ভৱ হয়, আত উপচি উবাৰ হিয়া ততে পৰেহি জয়। তথাপি লুকাওঁ যোৰ লিপাৰ কিয় নো নি নে হায় জানোবা ছামা এটুপি চকুলো মোৰ হকে বই খায়। শীত -- গুৱাহাটী স্পেনিচু প্ৰাচীন সাহিত্যৰ ইতিহাসৰ এপিঠি। "There is a point where toleration sinks into sheer baseness and poltroonery. The toleration of the worst leads us to look on what is barely better as good enough and to worship what is only moderately good. Yoe to that man. or that balion, to whom mediocrity has become an ideal - Janes Rusxel Lowell ওঠৰ শতিকাৰ আগ ছোৱাতে স্পেইন দেশৰ সাহিত্যৰ ওপৰত শনিদেৱৰ কিবা কাৰণত কষ্ট পৰিছিল। বিমান দুৰ অৱনতি হবৰ সম্ভৱ সিমান দূৰ অৱ- মতি হৈ স্পেমি সাহিত্যৰ শেহত এনেকুৱ অৱস্থা হলগৈ যে গৰু ছাগলী আৰু আন আন কাবিলাকেও তাৰ মোৰ বুৰত পৰিল। সেই সময়ই বেয়ে অলপমান শিখিব পঢ়ি। পাৰিছিল তেওঁৱেই কবি, তেওঁৱেই গ্ৰন্থকা। গ্ৰন্থকাৰেই সমালোচক আৰু আৰে সমালোচকেই এস্থাৰ। ইজনে সিন শিখা প্ৰশংসা কৰে, সিনে ইনৰ লিখা ভাল বোলে। এনেকুৱা কৰি শ্ৰকাৰ আৰু সমালোচক ভিতৰত ইবনে সিনৰ আৰু সিনে ইন